ASSAM TIMES POST
নিউজ ডেস্ক
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তি গছি নুমাই যোৱা বুলি ফেচবুকত অপপ্ৰচাৰ চলোৱা যুৱকক আটক।ধৃত যুৱকজনৰ নাম প্ৰহ্লাদ দাস।
জয়সাগৰ আৰক্ষীৰ সহযোগত টীয়ক আৰক্ষীয়ে শিৱসাগৰৰ পৰা আটক কৰে যুৱকজনক।

© 2020 Assam Times Post. | Powered By Webx