ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৪ ঘণ্টীয়া জনতা কাৰ্ফিউৰ সৰ্বাত্মক প্ৰভাৱত বোকাখাত মহকুমা

ASSAM TIMES POST by ASSAM TIMES POST
March 22, 2020
Reading Time: 1 min read
A A
0
ক’ৰ’ণা ভাইৰাছঃ পৰ্যটকৰ ভ্ৰমণ সাময়িকভাৱে বন্ধ অৰুণাচলত

0 1 e1574345654996 6 1 2 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

অজন্তা তালুকদাৰ, বোকাখাত

বৰ্তমান শতিকাটোৰ সকলো সমস্যাক চেৰ পেলাই বিশ্ব সংহাৰকাৰীৰ ৰূপত মূৰ ডাঙি উঠা ক’ভিদ-১৯ সংহাৰকাৰী মহামাৰীয়ে পৃথিৱীক এখন গোলকীয় মৰিশালিলৈ পৰিণত কৰাৰ উপক্ৰম কৰিছে। বিশ্বৰ উচ্চ প্ৰযুক্তিবিদ্যা সম্পন্ন উন্নত দেশসমূহতো চূড়ান্ত ভাবুকিৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাচে ভাৰতৰ দৰে অত্যন্ত জনবহুল আৰু অধিকাংশ দাৰিদ্ৰ-পীড়িত, পিছপৰা দেশ এখনত প্ৰৱেশ কৰাৰ সম্ভাৱনাৰ ত্ৰাসে এতিয়া জোকাৰি গৈছে দেশখনক।

ইতিমধ্যে সমগ্ৰ দেশৰ লগতে বোকাখাত মহকুমাৰ সাধাৰণ ৰাইজৰ মাজতো মাৰত্মকভাৱে সংক্ৰমক কৰ’ণা ভাইৰাচৰ ভয়াবহ আক্ৰমণ আৰু এই আক্ৰমণৰ প্ৰতিৰোধৰ বিষয়ে প্ৰশাসন, চৰকাৰী, বে-চৰকাৰী সংস্থা সমূহৰ লগতে বোকাখাতৰ সমূহ সাংবাদিকৰ দলবদ্ধ প্ৰচেষ্টাৰে সজাগতা অভিযান তীব্ৰতৰ কৰি তোলা হয়। এই ভাইৰাছৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আজি দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে ১৪ ঘণ্টীয়া সৰ্ব-ভাৰতীয় জনতা কাৰ্ফিউৰ প্ৰতি চৰকাৰী, বে-চৰকাৰী খণ্ডৰ লগতে সৰ্বাত্মক সঁহাৰি দিয়া দেখা গৈছে বোকাখাততো।

সমগ্ৰ বোকাখাত মহকুমাটোৰ প্ৰতিটো ৰাজপথ, জনপূৰ্ণ এলেকা, আনকি ব্যক্তিগত আবাসিক পদূলিও আজি জনশূণ্য। ৰাজপথ শূণ্য কৰি হয়তো পোনপ্ৰথমবাৰৰ বাবে স্ব-গৃহতে স্বতঃস্ফূৰ্ট আবদ্ধ হৈ ৰ’ল সংবাদকৰ্মী সকলো। নিজকে স্বতঃস্ফূৰ্ট স্ব-গৃহবন্দী কৰিলে ৰাইজে। কিন্তু কাৰ্ফিউৰ বাবে বাচ, ৰেল, বিমান সকলো বন্ধ হৈ যোৱাৰ ফলত ঘৰলৈ উভতি আহিবলৈ চেষ্টা চলাইও বহিঃৰাজ্যতে আবদ্ধ হৈ পৰা বহু লোকৰ বাবে অসমৰ আন আন অঞ্চলৰ লগতে উদ্বিগ্নতাত ভুগিছে বোকাখাত মহকুমাৰ তেনে পৰিয়ালসমূহো। তথাপিও মাৰত্মক সংক্ৰমক ভাইৰাচবিধ প্ৰতিৰোধ কৰাৰ পদক্ষেপ হিচাপেই সমগ্ৰ দেশৰ লগতে পূৰ্ণ জন-সমৰ্থনেৰে আজি বোকাখাততো জনতা কাৰ্ফিউ সফল কৰি তোলা দেখা গ’ল।

Tags: featured3
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx