ASSAM TIMES POST
বাহাৰঘাট : কামৰূপ গ্ৰাম্য জিলাৰ বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ৷ এই চিকিৎসালত নাই মাস্ক এই অভিযোগ আমাৰ নহয়, চিকিৎসালয়খনত কৰ্মৰত চিকিৎসকে ক’লে এই কথা, অৱশ্যে অঞ্চলটোলৈ বিভিন্ন স্থানৰ পৰা অহা লোকসকলক ষ্টাম্প মৰাৰ ব্যবস্থা কৰিছে গাঁওবুঢ়াৰ সহযোগত স্বাস্থ্য বিভাগৰ কৰ্মীসকলে ৷
এনেদৰে এতিয়া কৰ’না ভাইৰাছক লৈ চলিছে সজাগতা। প্ৰশ্ন হয় চৰকাৰী চিকিৎসালত কেতিয়া উপলব্ধ হ’ব মাস্ক আৰু ছেনিটাজাৰ৷













