ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ এক ভাল খবৰ।ডিফু মেডিকেল কলেজলৈ মেডিকেল কাউন্সিল অৱ ইণ্ডিয়া চমুকৈ এমচিআই স্বীকৃত প্ৰদান।এই স্বীকৃতি পিছতে ৰাজ্যত সপ্তমখন চিকিৎসা মহাবিদ্যালয় হব ডিফু মেডিকেল কলেজ।উল্লেখ যে চিকিৎসা মহাবিদ্যালয় খনত ১০০গৰাকী শিক্ষাথীয়ে গ্ৰহণ কৰিব পাৰিব শিক্ষা।













