ASSAM TIMES POST
গুৱাহাটীঃ মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধী যুঁজত ৰাজ্য চৰকাৰক এদিনৰ দৰমহা আগবঢ়াব উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চই । এইকথা প্ৰকাশ কৰিলে মঞ্চৰ সাধাৰণ সম্পাদক আবুল হাছেম আল আমানে।
আমানে লগতে কয় মঞ্চৰ ৰাজ্যিক কৰ্ণধাৰ সমিতিত সিদ্ধান্ত মৰ্মে এদিনৰ দৰমহা দিয়া উপৰিও প্ৰতিজন অধ্যক্ষই চৰকাৰলৈ আগবঢ়াব দুই হাজাৰ টকাকৈ।













