ASSAM TIMES POST
নিউজ ডেস্ক
কৰ’না ভাইৰাছৰ সৈতে যুঁজিবলৈ অসম চৰকাৰে ৰাইজৰ পৰা সাহাৰ্য বিচাৰিছিল। সেয়ে মুম্বাই জিৰণি লৈ থকা জুবিনে অসম চৰকাৰলৈ এক লাখ টকাৰ সাহায্য দিয়াৰ কথা তেওঁ ভিডিঅ যোগে জনায়। লগতে অতি সোনকালে অসমলৈ ঘূৰি আহি কৰ’না ভাইৰাছৰ সৈতে একত্ৰিত হৈ যুঁজিব বুলি জানিব দিছে।













