ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : ইয়াৰ ৰজাবাৰীৰ নিবাসী, নুমলীগড় চাহ বাগিছাৰ অৱসৰ প্রাপ্ত কর্মচাৰী জয় চন্দ্র শইকীয়াই কৰ’না নির্মূলৰ আৰোগ্য নিধিলৈ ১০ হাজাৰ টকাৰ চেক প্রদান কৰিছে । অৱসৰ প্রাপ্ত কর্মচাৰীগৰাকীৰ এই মহানুভৱতাক সকলোৱে আদৰণি জনাইছে।













