ASSAM TIMES POST
গুৱাহাটীঃ ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ সৈতে যুঁজিবলৈ শক্তিপীঠ কামাখ্যা দেৱালয়ে আগবঢ়াই সাহায্য। মংগলবাৰে ৰাজ্য চৰকাৰৰ আৰোগ্য নিধি আঁচনিলৈ শক্তিপীঠখনে আগবঢ়াই পাঁচ লাখ টকাৰ বৰঙণি।

© 2020 Assam Times Post. | Powered By Webx