ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰ’নাৰ বিৰুদ্ধে আৰক্ষীয়ে দ্বিগুণ উৎসাহেৰে যুঁজিব : জিপি সিং

ASSAM TIMES POST by ASSAM TIMES POST
March 31, 2020
Reading Time: 1 min read
A A
0
কৰ’নাৰ বিৰুদ্ধে আৰক্ষীয়ে দ্বিগুণ উৎসাহেৰে যুঁজিব : জিপি সিং

0 1 e1574345654996 6 1 2 2 5 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

ডিফু : মাৰাত্মক কৰ’নাৰ ভাইৰাছৰ বিৰুদ্ধে অসমৰ তিনি পাৰ্বত্য জিলাই কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে তাৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিফু ভ্ৰমণ কৰি যোৱাৰ পিছতে অসম আৰক্ষীৰ অতিৰিক্ত উপ-আৰক্ষী সঞ্চালক জিপি সিঙেও আজি ডিফু পৰিদৰ্শন কৰি যায় ৷ আজি দুপৰীয়া অতিৰিক্ত উপ-আৰক্ষী সঞ্চালকগৰাকীয়ে পোনে পোনে কাৰ্বি আংলং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ৷ অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মধ্য সংমণ্ডলৰ ডি আইজি, কাৰ্বি আংলঙৰ আৰক্ষীক দেৱজিৎ দেউৰী, হামৰেণৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ, ডিমা হাছাওৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু জিলা আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া সৈতে এক আলোচনাত মিলিত হয় ৷

আলোচনাৰ শেহত অতিৰিক্ত উপ-আৰক্ষী সঞ্চালকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা লকডাউনৰ মাজতে কৰ’না ভাইৰাছৰ সৈতে সম্মুখৰ ফালৰ পৰা যুঁজ দিয়া অসম আৰক্ষীক অধিক উৎসাহ দিবৰ নিমিত্তে তেওঁ এই ভ্ৰমন কৰিছে ৷ অসম আৰক্ষীয়ে কৰ’না ভাইৰাছৰ সন্ত্ৰাস নকমালৈকে অবিৰাম কাম কৰি যাব ৷ কৰ’নাৰ বিৰুদ্ধে আৰক্ষীয়ে দ্বিগুণ উৎসাহেৰে কাম কৰি যাব বুলিও কয় সঞ্চালকগৰাকীয়ে ৷ অসমৰ ৯০ শতাংশ লোকে লকডাউনলৈ সমৰ্থন জনাইছে যদিও ১০ শতাংশই সমৰ্থন জনোৱা নাই ৷

সেই সকলক সমাজৰ লোক আৰু আৰক্ষীয়ে লকডাউন মানিবলৈ সমান্তৰালভাৱে হেঁচা প্ৰয়োগ কৰি আহিছে বুলি মন্তব্য কৰে ৷ আৰক্ষীৰ ধৰ্ম অনুসৰি ৰাষ্ট্ৰীয় সংকটৰ সময়ত মানৱ সেৱা কৰাৰ লগতে ঠায়ে ঠায়ে দুখীয়া-দৰিদ্ৰ লোকক আৰক্ষীৰ তৰফৰ পৰা যোগান ধৰা খাদ্য সামগ্ৰী আৰু নৈতিক সহায়ৰ বাবে প্ৰসংসা কৰে ৷ আনহাতে, অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী ডিফুত আৰক্ষী প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভা কৰি যোৱাৰ পিছত তিনি পাৰ্বত্য জিলাত কাৰবি আংলং, পশ্চিম কাৰবি আংলং আৰৱ ডিমা হাছাওত কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ আৰক্ষীৰ ৰণ নীতি কি হ’ব সেয়া লক্ষণীয় হৈ পৰিছে ৷

Tags: Featured
Share15Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx