ASSAM TIMES POST
নিউজ ডেস্ক
ৰাজ্যত ২৫লৈ বৃদ্ধি পালে ক’ৰনা আক্রান্ত। দ্ৰুত হাৰত বৃদ্ধি পালে ক’ৰনা আক্রান্ত।লখিমপুৰৰ এগৰাকীৰ ব্যক্তি দেহত ধৰা পৰিছে ক’ভিড-১৯উপস্থিতি।
নিজামুদ্দিনৰ সৈতে জড়িত আছিল ব্যক্তিজন।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে এই কথা।













