কাকী : ৰাজ্যখনত কভিড-১৯ৰ আতংকৰ সময়তে বিকৃত মানসিকতা কৰ্মকাণ্ডই সচেতন সমাজক চিন্তিত কৰি তুলিছে ৷ উল্লেখ যে, লংকাৰ কাকী মাটীপাহাৰৰ মুস্তাফা চাহিদ নামৰ এজন শিক্ষিত যুৱকে এজনী যুৱতীক কেন্দ্ৰ কৰি অতি অশ্লীল মন্তব্য কৰি আটক হব’ লগা হয় ৷ এবিভিপি লংকা আৰু কাকী শাখাৰ এজাহাৰ অনুসৰি আৰক্ষীয়ে আটক কৰি 120B/153/295A/506 IPC R/ W Sec 67 A Actত যুৱকজনক জেললৈ প্ৰেৰণ কৰে ।













