ASSAM TIMES POST
ডিফু : লকডাউনৰ বাবে আৱদ্ধ হৈ পৰা দৰিদ্ৰ জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমৰ লগতে কাৰবি আংলং জিলা প্ৰশাসনেও লৈছে বিশেষ তৎপৰতা ৷




জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ নিৰ্দেশ মৰ্মে কৰ্মকৰ্তা আৰু বিষয়া সকলে আজি ডিফু ৰাজহ চক্ৰৰ বিভিন্ন স্থানত দৰিদ্ৰ লোক আৰু দিন হাজিৰা কৰা শ্ৰমিক সকলৰ মাজত চাউল, ডাইল আদি বিতৰণ কৰে ৷













