ASSAM TIMES POST
ডিফু : লকডাউনৰ সময়ত ডিফু চহৰৰ বিভিন্ন স্থানত হিন্দু-মুছলিম যুৱক সমাজে দৰিদ্ৰ ৰাইজৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

যুৱক সমাজে নিজাববীয়া প্ৰচেষ্টাৰে চহৰখনৰ মাটিপুং,হৰিলালবস্তি পথাৰ, সিংসাসনৰ হোটেলৰ উপপথৰ কাষত,ৰহমান কলনি, ধৰমনালা, ছোৱালী মহাবিদ্যালয়ৰ কাষত আৰু শীতলাবাড়ীত থাদ্য সাহায্য সামগ্ৰিখিনি বিতৰণ কৰে ৷













