ASSAM TIMES POST
নলবাৰী : গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে ৷ ফলত থিতাতে নিহত হয় এজন লোক ৷ এই ঘটনাত আহত আন এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷
নলবাৰীত পথ দুৰ্ঘটনাপাইকাৰকুছিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটো ৷ নিহত লোকজন অৰৰাৰ প্ৰাঞ্জল দাস আৰু আহতজন ৰাতুল ৰাজবংশী ৷ নিহত লোকজন পেছাত আৰক্ষী বুলি জানিব পৰা গৈছে ৷













