ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৰিছে ছেনিটাইজ ৷ কৰ’না সংক্ৰমণ ৰোধৰ বাবে কৰা হৈছে ছেনিটাইজ ৷ আজি লখৰা মাছৰ বজাৰ ছেনিটাইজ কৰে প্ৰশাসনে ৷ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত কৰা হ’ব ছেনিটাইজ ৷

© 2020 Assam Times Post. | Powered By Webx