ASSAM TIMES POST
নিউজ ডেস্ক
ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়া হাতত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি নেতা বিতু সোনোৱালৰ জামিন মঞ্জুৰ।মাওবাদীৰে জড়িত থকা অভিযোগত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিগত তিমিমাহতকৈ অধিক সময় কাৰাৰুদ্ধ হৈ আছিল।
উল্লেখ যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ গণ সংগ্ৰাম গঢ়ি তোলাৰ পিছতে গ্ৰেপ্তাৰ হৈছে অখিল গগৈ উপৰিও ধৈৰ্য-বিতু।ইফালে নিয়াই কোনো উপযুক্ত প্ৰমাণ দিব নোৱাৰাত কিছুদিন পূৰ্বে জামিন পাইছিল অখিলে।অখিলৰ পিছতে আজি পুনৰ জামিন লাভ কৰিছে ধৈৰ্য আৰু বিতুৱে।













