ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন কাৰ্যকৰি হৈ থকাৰ মাজতে আছে এটা ভাল খবৰ।বিগত ১৪টা দিন কোৱাৰাৰণ্টাইত থকা ৰাজ্য ৭৫হাজাৰলোকক আজি দিয়া হব ঘৰলৈ যাবলৈ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কোৱাৰাণ্টাইন শিৱৰত আছে এই ব্যক্তি সকল।
ইফালে আজি শ্ৰীৰামপুৰলৈ যাব ৰাজ্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।শ্রীৰাম পুৰৰ কোৱাৰাৰণ্টাইন শিবিৰত বহিৰাজ্য পৰা ঘূৰি আহি থকা অসমৰ ৬৬৪জন ব্যক্তিক আজি মুকলি কৰি দিয়া হ’ব ঘৰলৈ যাবলৈ।স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ মুকলি কৰিব লোক সকলক।













