ASSAM TIMES POST
নিউজ ডেস্ক
ৰাজ্যবাসীলৈ বিহুৰ এক ভাল খবৰ।মেঘালয়ৰ পিছত এইবাৰ অসমতো খোলা হব সুৰা বিপনী।সোমবাৰ পৰা ৰাজ্যত গ্ৰাহকৰ বাবে খোলা হব বিপনী সমূহ।পুৱা ১০বজাৰ পৰা আবেলি ৫বজালৈ খুলা থাকিব সুৰা বিপনী।আৱকাৰী বিভাগে জাৰি কৰিলে জাননী।
সামাজিক দূৰত্ব মানি চলাৰ লগতে বিপনী সমূহ খোলৰ বাবে নিধাৰণ কৰি দিয়া হব সময়।সুৰা বিপনী সমূহ খোলাক লৈ উপায়ুক্ত সকলে চূড়ান্ত সিদ্ধান্ত লব পাৰিব।













