ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বােকাখাতত মহকুমাধিপতিৰ সংবাদমেল লকডাউনৰ নীতি ভংগ কৰিলে কঠোৰ হােৱা নির্দেশনা প্রশাসনৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
April 16, 2020
Reading Time: 1 min read
A A
0
বােকাখাতত মহকুমাধিপতিৰ সংবাদমেল লকডাউনৰ নীতি ভংগ কৰিলে কঠোৰ হােৱা নির্দেশনা প্রশাসনৰঃ

0 1 e1574345654996 6 1 2 2 7 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

অজন্তা তালুকদাৰ, বােকাখাত: লকডাউনৰ সময়সীমা বৃদ্ধি আৰু এইক্ষেত্ৰত বােকাখাত মহকুমাত প্রযােজ্য হ’ব লগা কেতবােৰ নির্দেশনা প্রসংগত জনাসাধাৰণৰ বাবে আজি ৰােকখাত মহকুমা প্রশাসনে এক সংবাদমেলৰ আয়ােজন কৰে। নির্দিষ্ট শাৰিৰীক দূৰত্ব বজাই ৰাখি মহকুমাধিপতি বিবেক শ্যামৰ আহবানমর্মে তেওঁৰ কার্যালয় কক্ষত আয়ােজিত সংবাদমেলখনত লক-ডাউনৰ কালছোৱাত সংবাদমাধ্যমে লৈ অহা ভূমিকাক ধন্যবাদ জ্ঞাপন কৰে।

গােলাঘাট জিলা প্রথমে ঘােষিত ৰেড জ’নৰ পৰা সম্প্রতি অৰেঞ্জ জ’নলৈ উত্তৰণ ঘটাত এয়া জিলাখনৰ বাবে শুভসংবাদ বুলি মন্তব্য কৰে। ইফালে, দূৰদূৰণিৰ পৰা অহা ট্রাকচালকসকলৰ বাবে বােকাখাতত জুন মটৰ্চ আক নুমলীগড়ৰ আন এটাকে ধৰি দুটা গেৰেজৰ গৰাকীক গাড়ী মেৰামতি আৰু পাৰ্টচ বিক্ৰীৰ বাবে অনুমতি প্রদান কৰিছে। আনহাতে, তেওঁলােকৰ বাবে খাদ্যৰ সমস্যা নহ’বৰ বাবে হালধীবাৰীৰ সমীপৰ বালেশ্বৰ আৰু চাবজুৰিৰ ৰাণা ঢাবা নামৰ পথৰ দাঁতিৰ ঢাবা কেইখনক অনুমতি প্রদান কৰিছে।

PHOTO BOKAKHAT 2 | ASSAM TIMES POST

অৱশ্যে, কোনাে ট্রাকচালকে এইসমূহত খাদ্য গ্রহণৰ ইচ্ছা কৰা নাই আৰু ঢাবাবােৰত কৰ্মীসকলেও খাদ্যসামগ্রী পৰিবেশন কৰিবলৈ ভয় কৰিছে বুলি জানিবলৈ দিছে। যান-বাহন ব্যবহাৰৰ ক্ষেত্রতা আৰক্ষীক কঠোৰ হােৱাৰ নির্দেশনা দিছে মহকুমাধিপতিগৰাকীয়ে। সেই অনুসৰি, কোনাে নির্দিষ্ট কাৰণ দেখুৱাই দুচকীয়া বাহন উলিয়ালেও বাহনসমূহত কেৱল মাত্র চালক আৰােহীকহে উঠাৰ অনুমতি দিয়া হৈছে। অন্যথা কঠোৰভাবে জৰিমণা বিহাৰ নির্দেশনা দিয়া হৈছে।

আনহাতে, অকাৰণতে ওলাই অহা দুচকীয়া বাহনসমূহক কঠোৰভাৱে জব্দ কৰিবলৈও নির্দেশনা দিছে। বিশেষ কাৰণত চলিবলৈ অনুমতি দিয়া চাৰিচকীয়া বাহনত চালকজনৰ উপৰিও কেৱল মাত্র পিছফালে এজন লােককহে যােৱাৰ অনুমতি দিয়া হৈছে। অৱশ্যে জৰুৰীকালীন অৱস্থাত ৰােগীক অনা নিয়া কৰাত অনুমতি প্রদান কৰা হৈছে। উল্লেখ্য যে, বােকাখাতত একাংশ দুচকীয়া বাহনত প্রশাসনৰ অনুমতি থকা ফলক লগাই বাহনসমূহ অসামাজিক কার্যত ব্যবহাৰ হোৱাৰ অভিযােগ উত্থাপিত হৈ আহিছিল।

কিন্তু এইক্ষেত্রত প্রশাসনৰ তৰফৰ পৰা কোনাে দুচকীয়া বাহনক অনুমতি প্রদান কৰা হােৱা নাই বুলি প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়াৰ উপৰিও এনেধৰণৰ বাহনৰ সন্দৰ্ভত আৰক্ষীক পুণৰীক্ষণ কৰাৰাে নির্দেশনা দিব বুলি জনায়। আনহাতে, সাধাৰণ জনতাই ছচিয়েল মিডিয়াত কৰ’ণা সম্পর্কিত যিকোনাে তথ্য প্রকাশ তথা ফৰৱার্ড কৰিব নােৱাৰিব বুলিও জনায়। এই দুয়ােটা কার্যকে আইনবিৰুদ্ধ বুলি গণ্য কৰা হ’ব আৰু ইয়াৰ বিৰুদ্ধে আইনী প্রক্রিয়া গ্রহণ কৰা হ’ব। আনহাতে, চৰকাৰে যিসমূহ ক্ষেত্ৰত শিথিলতা আনি দিছে, সেইসমূহ নির্দেশনা চৰকাৰী নীতি অনুসৰি প্রযােজ্য হ’ব বুলিও জানিবলৈ দিয়ে। বিহুৰ উপহাৰ স্বৰূপে আজি মহকুমাধিপতি গৰাকীয়ে বােকাখাতৰ সংবাদমাধ্যমৰ লগত জড়িত লােকসকলক মাস্ক আৰু হেণ্ড চেনিটাইজাৰ প্রদান কৰে।

Tags: featured3
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx