ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহানগৰীৰ যুৱকে নিৰ্মান কৰিলে সম্পূৰ্ন শৰীৰ চেনিটাইজা কৰিব পৰা বিশেষ যন্ত্ৰ

ASSAM TIMES POST by ASSAM TIMES POST
April 19, 2020
Reading Time: 1 min read
A A
0
মহানগৰীৰ যুৱকে নিৰ্মান কৰিলে সম্পূৰ্ন শৰীৰ চেনিটাইজা কৰিব পৰা বিশেষ যন্ত্ৰ

0 1 e1574345654996 6 1 2 2 8 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

গুৱাহাটী :মহামাৰী কৰ’না ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে জনসাধাৰণক মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰৰ বাবে সজাগ কৰিছে ৰাজ্য চৰকাৰে। তেনে সময়তে অসমৰ এজন প্ৰতিভাৱান যুৱকে নিৰ্মান কৰিছে এটা স্বয়ংক্ৰিয় চেনিটাইজ কেবিন।যিটো কেবিনত প্ৰৱেশ কৰে লগে লগে আপোনাৰ সম্পূৰ্ন দেহটো চেনিটাইজাৰ হৈ পৰিব।

WhatsApp Image 2020 04 19 at 8.26.55 PM | ASSAM TIMES POST

নিৰ্মান কৰা যুৱক জন হৈছে হৰপ্ৰীত সিং। গুৱাহাটী বেহৰবাৰী স্থিত হেপী ইঞ্জিনাৰিং ৱৰ্কচৰ স্বত্বাধিকাৰী সিংয়ে নিজস্ব প্ৰচেষ্টাত সাজিছে বিশেষ যন্ত্ৰতো।গুৱাহাটী মহানগৰী বশিষ্ঠ আৰক্ষী চকীত সিংয়ে নিৰ্মান কৰা চেনিটাইজ কেবিন স্থাপন কৰা হৈছে।

উল্লেখ যে বিশেষ কেবিনতোত মানুহ সোমাই গৈ এপাক ঘূৰি দিলে তৎক্ষণাত দেহটো হৈ পৰিব চেনিটাইজ।সম্পূৰ্ন সাধাৰণ ভাৱে নিৰ্মান কৰা বিশেষ চেনিতাইজ যন্ত্ৰটোত কৃষি পাম্প, লোহা, প্লাষ্টিক পাইপ ব্যৱহাৰ কৰা হৈছে।ইফালে প্ৰয়োজনীয় সামগ্ৰী সমূহ লাভ কৰিলে মহানগৰীৰ প্ৰতিখন থানাতে দিবলৈ চেষ্টা কৰিব সিংয়ে।এই কথা প্ৰকাশ কৰিছে তেওঁ।

তাপয্য পূৰ্ণ কথা এই যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেধৰণ যন্ত্ৰ নিৰ্মান হৈছে যদিও অসমত এইয়াই প্ৰথম।ইফালে কোনোবাই যদি এনে যন্ত্ৰ বনাব খুজে অথবা বনোৱাৰ বাবে সহায় প্ৰয়োজন হয় তেনেহ’লে সিঙে সহায় কৰিব বুলি জানিবলৈ দিয়ে।

Tags: featured3
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx