ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাল খবৰ আকাশবাণী গুৱাহাটী জৰিয়তে ৰাজ্য নৱম-দশম শ্রেণী ছাত্ৰ-ছাত্ৰীলৈ ছেবা বিশেষ পাঠদান- সচিব সুৰঞ্জনা সেনাপতি

Staff Reporter by Staff Reporter
April 28, 2020
Reading Time: 1 min read
A A
0
ভাল খবৰ আকাশবাণী গুৱাহাটী জৰিয়তে ৰাজ্য নৱম-দশম শ্রেণী ছাত্ৰ-ছাত্ৰীলৈ ছেবা বিশেষ পাঠদান- সচিব সুৰঞ্জনা সেনাপতি

0 1 e1574345654996 6 1 2 2 13 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

নিউজ ডেস্ক:

লকডাউনৰ সময়ত ৰাজ্য ছাত্ৰ-ছাত্ৰীৰ সকল যাতে শিক্ষা গ্ৰহণৰ বঞ্চিত নহয় তাৰ বাবে অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ ছেবা গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ।বিশেষ কৈ নৱম আৰু দশম শ্রেণী ছাত্ৰ-ছাত্ৰীৰ সকলে উপকৃত হোৱাকৈ ছেবাই গ্ৰহণ কৰিছে বিশেষ পাঠদানৰ ব্যৱস্থা।এই কথা প্ৰকাশ কৰিছে ছেবা সচিব সুৰঞ্জনা সেনাপতিয়ে।

ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ অনলাইনৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে।সামাজিক মাধ্যম ইউটিউবত লিংকসমূহ প্ৰেৰণ কৰা হৈছে ৰাজ্য প্ৰতিখন জিলালৈ।তাত স্কুল পৰিদৰ্শক আৰু ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰা হৈছে।প্ৰতি জিলা হোৱাটচ এপ’ গ্রুপত লিংক সমূহ প্ৰেৰণ কৰা হৈছে।এই কথা সচিব সেনাপতিয়ে জানিবলৈ দিয়ে।

আনহাতে ২৭ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আকাশবাণী গুৱাহাটীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক ঘণ্টা ক্লাছ আৰম্ভ কৰা হৈছে।দুপৰীয়া ১২.৩০ বজা পৰা ১.৩০ বজালৈ সপ্তাহত সোমবাৰ পৰা শুকুৰবাৰলৈ চলিব এই ক্লাছ।নৱম-দশম শ্রেণী মূলত তিনিটা বিষয়ৰ ওপৰত আৰম্ভ হোৱা ক্লাছে সামৰি লব গণিত, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ক।এই গুৰুত্বপূৰ্ণ প্ৰদক্ষেপৰ কথা সচিব সেনাপতিয়ে জানিবলৈ দিয়ে।লগতে তেওঁ কয় প্ৰথমদিনটোত গণিতৰ ক্লাছ হৈছিল ।ক্লাছতো প্ৰতি সঁহাৰি আকাশবাণী সূত্ৰই জনোৱা অনুসৰি বহুত ভাল হৈছে সন্তোষজনক বুলি।

উল্লেখ যে ক্লাছটোত আধা ঘন্টা বিশেষ পাঠটো বুজাই দিয়া হয়।বাকী আধা ঘন্টা ফোনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন লোৱা হয় আৰু যদি বিষয়টো ওপৰত ছাত্ৰ-ছাত্ৰীৰ বুজাত অসুবিধা হলে পুনৰ বুজাই দিয়া হয়।

গুৰুত্বপূৰ্ণ কথা এই যে ছাত্ৰ-ছাত্ৰী সকলক কোন দিনা কি বিষয় পাঠদান হব সেই সন্দৰ্ভত ইতিমধ্যে সময়সূচী বনাই ঘোষণা কৰা বুলি সেনাপতিয়ে জানিব দিয়ে।

আনহাতে অনলাইন পাঠদান ব্যৱস্থা বহুখিনি সুবিধা হৈছে যদিও বহু ছাত্ৰ-ছাত্ৰীক সামৰিব পৰা নাই ব্যৱস্থা এই কথা স্বীকাৰ কৰি সচিব সেনাপতিয়ে কয় “সকলো ছাত্ৰ-ছাত্ৰীৰ হাতত উপযুক্ত ফোনৰ ব্যৱস্থা নাই।ফলত যোগ-যোগত কিছু সমস্যা আহিছে”।

ইফালে জিলা সমূহৰ পৰা অহা খবৰ অনুসৰি ক্লাছ কৰা সমান্তৰালকৈ
তেওঁলোক অনলাইনত পৰীক্ষাৰো পাতিছে।ডিব্ৰুগড়, গোলাঘাট আদি জিলা সমূহে নিজাকৈ নতুন ব্যৱস্থা গ্ৰহণ কৰি ইউনিট টেষ্টো পাতিছে- সেনাপতিয়ে লগতে কয়।

Share5Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx