ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গ্ৰীণ জ’নত ভৰি দিয়া ২৪ ঘণ্টা নৌহওঁতেই গোলাঘাটত নিষিদ্ধ গুটখা উদ্ধাৰঃ দুজনক আটক

Staff Reporter by Staff Reporter
May 1, 2020
Reading Time: 1 min read
A A
0
গ্ৰীণ জ’নত ভৰি দিয়া ২৪ ঘণ্টা নৌহওঁতেই গোলাঘাটত নিষিদ্ধ গুটখা উদ্ধাৰঃ দুজনক আটক

0 1 e1574345654996 6 1 2 2 14 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

উৎপল দাস, গোলাঘাটঃ

ৰেড জ’নৰ পৰা গ্ৰীন জ’নত অন্তৰ্ভুক্ত হোৱা ২৪ ঘণ্টা নৌহ‌ওঁতেই শুকুৰবাৰে গোলাঘাটত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ গুটখা তথা ধঁপাত জাতীয় সামগ্ৰী। গোলাঘাট আৰক্ষীয়ে অভিযান চলাই দুটা স্থানৰ পৰা উদ্ধাৰ কৰে এই পৰিমাণৰ অখাদ্যসমূহ। ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে দুজন গুটখা বেপাৰীক আটক কৰাৰ পাছত পোহৰলৈ আহিছে আৰু ন ন তথ্য৷ এই অবৈধ ব্যৱসায়ৰ সৈতে কোন কোন জড়িত হৈ আছে এই নিষিদ্ধ ব্যৱসায়ত সেই তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে চৌদিশে লকডাউন। তাৰ মাজতে গোলাঘাটত বৃহৎ পৰিমাণৰ নিষিদ্ধ গুটখা, পান মচলা আৰু ধপাত জাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে কমলেশ গুপ্তা আৰু মৃত্যুঞ্জয় চৌৰাচিয়া নামৰ গোলাঘাটৰ এই দুটা গুটখা বেপাৰীয়ে লকডাউনৰ সুযোগ লৈ ঘৰৰ পৰা অধিক দামত সংগোপনে নিষিদ্ধ গুটকা পানমচলা আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল। লকডাউনৰ বাবে চৰকাৰ তথা প্ৰশাসনে নিষিদ্ধ কৰি থোৱা এই সামগ্ৰীসমূহ শুকুৰবাৰে গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নগৰৰ ধ্ৰুৱ নগৰত অবস্থিত দুয়োটা ব্যৱসায়ীৰ ঘৰত তালাচী চলাই বৃহৎ পৰিমাণৰ এই সামগ্ৰী সমূহ উদ্বাৰ কৰে। গুটখা বেপাৰী মৃত্যুঞ্জয় চৌৰাচিয়াৰ স্বীকাৰোক্তি অনুসৰি গোলাঘাটৰ দুৰ্গেশ ভাণ্ডাৰ আৰু অজয় ষ্ট’ৰ নামৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিছিল উদ্বাৰ হোৱা গুটখা, পানমচলা আৰু ধপাত জাতীয় সামগ্ৰী সমূহ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে আটক হোৱা ব্যৱসায়ী দুজনে অভিযোগ কৰা দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত আৰক্ষীয়ে অভিযান চলাবনে।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT