ASSAM TIMES POST
গুৱাহাটী:
গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ কোভিড-১৯ত আক্ৰান্ত ডাঃ দিপা ডেকা থকা ছাত্ৰীৰ নিৰ্বাসটো চীল কৰিলে প্ৰশাসনে।কণ্ট্ৰেমেণ্ট জন ঘোষণা কৰিলে মহানগৰ জিলা প্ৰশাসনে।
উল্লেখ যে এই সময়ছোৱাত হোষ্টেলৰ ভিতৰত আৰু তাত থকা সকল বাহিৰলৈ ওলাব নোৱাৰিব।উল্লখ যে হোষ্টেলটোত ৪০গৰাকীৰ ছাত্ৰী আছিল।প্ৰশাসনৰ দ্বাৰা কৰা হৈছে চেনিটাজাৰ।













