ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জিলাৰ উপায়ুক্তসকলক সাজু কৰিব দিয়া হৈছে আছুতীয়া শ্মশান-কৱৰস্থানঃ হিমন্ত বিশ্ব শৰ্মা

ASSAM TIMES POST by ASSAM TIMES POST
May 21, 2020
Reading Time: 1 min read
A A
0
জিলাৰ উপায়ুক্তসকলক সাজু কৰিব দিয়া হৈছে আছুতীয়া শ্মশান-কৱৰস্থানঃ হিমন্ত বিশ্ব শৰ্মা

0 1 e1574345654996 6 1 2 2 14 10 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নিউজ ডেক্স

অসমত কোভিড-১৯ৰ সংক্ৰমণে বিশেষ পৰ্যায় পাইছেগৈ।২০ মে’ৰ নিশা ১২বজালৈকে কোভিড-১৯ত সংক্ৰমিত হোৱা লোকৰ সংখ্যা অসমত ১৮৮জন হৈছেগৈ।পৰিস্থিতি ভাললৈ আহিব নে বেয়ালৈ যাব তাৰ নিশ্চিয়তা কাৰো হাতত নাই। বিশ্ব স্বাস্থ্য সন্থাই এই ইংগিত দি থৈছে ।তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসমৰ প্ৰতিখন জিলাতেই জিলা উপায়ুক্তসকলক কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে আছুতীয়া স্থানত শ্মশান, কবৰ স্থান আদিৰ ব্যৱস্থা কৰিবলৈ দিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- এই সন্দৰ্ভত নিৰ্দেশ পূৰ্বতেই দিয়া হৈছিল জিলা উপায়ুক্তসকলক। সেই নিৰ্দেশ মানি কোনো কোনো উপায়ুক্তই কোভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পৃথক শ্মশান আৰু কবৰ স্থানৰ ব্যৱস্থা কৰিছে যদিও, সৰহ সংখ্যকেই তেনে ব্যৱস্থা কৰা নাছিল।

শেহতীয়াকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে হোৱা বৈঠকত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ পুনৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উনুকিয়াই দিয়ে।

সেই অনুসৰি, অতি শীঘ্ৰেই প্ৰতিখন জিলাত কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ পৃথক আৰু আছুতীয়া স্থানত জিলা উপায়ুক্তসকলে শ্মশান আৰু কবৰ স্থানৰ ব্যৱস্থা কৰিব লাগিব।এনে পৰিপ্ৰেক্ষিতত যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে চৰকাৰ বা প্ৰশাসন সাজু থকা উচিত।এতিয়ালৈকে  অসমত আক্ৰান্ত হাৰ ০.১৫ শতাংশ।ইয়াৰে ৪৮জন সুস্থ হৈ উঠিছে আৰু ১৩৩ জন চিকিৎসাধীন হৈ আছে। অৱশ্যে এয়া শংকিত হোৱাৰ সময় নহয় সজাগ আৰু সতৰ্ক হৈ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সময়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
50
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট
National-International

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

July 7, 2026
50
Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি
National-International

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

July 7, 2026
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

July 7, 2026
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx