ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত পৰিত্যক্ত টাটা চুমুত অগ্নিদগ্ধ অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

ASSAM TIMES POST by ASSAM TIMES POST
May 26, 2020
Reading Time: 1 min read
A A
0
নগাঁৱত পৰিত্যক্ত টাটা চুমুত অগ্নিদগ্ধ অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

0 1 e1574345654996 6 1 2 2 14 10 2 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নগাঁও : দেশজুৰি চলা লকডাউনৰ মাজতে কালি নিশা নগাঁও চহৰৰ চাৰিখুটিত এখন পৰিত্যক্ত টাটা চুমু গাড়ীত অঘৰী জীৱন যাপন কৰা এজন যুৱকৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ মীৰাট জাকিৰ কলনীৰ বাসিন্দা চাকিব আনচাৰী নামৰ অঘৰী যুৱকজন দীৰ্ঘদিন ধৰি নগাঁও চহৰৰ চাৰিখুটি অঞ্চলৰ পুৰণা গাড়ীৰ সামগ্ৰী বিক্ৰী কৰা এখন দোকানৰ সন্মুখত ৰাখি থোৱা পৰিত্যক্ত এখন টাটা চুমু গাড়ীত আশ্ৰয় লৈ আছিল।

কালি নিশা প্ৰায় ১১ বজাত যুৱকজনে আশ্ৰয় লৈ থকা টাটা চুমুখন দাউ দাউকৈ জ্বলি থকা অঞ্চলটোৰ একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আনহাতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ সহায়ত জ্বলি থকা গাড়ীখনৰ জুই নুমুৱাবলৈ সক্ষম হয় যদিও গাড়ীখন ভিতৰত আশ্ৰয় লৈ থকা চাকিব সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়।

পাচত আৰক্ষীয়ে যুৱকজনকৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে এই ঘটনাক লৈ অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে চাকিব হুছেইন নামৰ ৩০ বছৰীয়া যুৱকজন কিছু বছৰ পুৰ্বে নগাঁৱলৈ আহিছিল। তেতিয়াৰ পৰা যুৱককেইজনে অঘৰী জীৱন যাপন কৰি আহিছিল । স্থানীয় ৰাইজে সন্দেহ কৰা মতে কোনো দুৰ্বৃত্ত‌ই নিৰীহ যুৱকজনক হত্যা কৰি তেওঁক দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ থকা গাড়ীখনত সুমুৱাই জুই লগাই দিয়ে ।

ইপিনে কালি সন্ধিয়া কেইজনমান যুৱকৰ সৈতে কিবা কথাত অঘৰী যুৱকজন কাজিয়াত লিপ্ত হোৱা স্থানীয় একাংশ লোকে দেখা পোৱা বুলি জানিব পৰা গৈছে । উক্ত কাজিয়াৰ পৰিনতিত যুৱকজন হত্যাৰ বলি হোৱা বুলিও একাংশই সন্দেহ প্ৰকাশ কৰে ।অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে কি পৰিস্থিতিত যুৱকজন অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি ললে সেই কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx