ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেশ আত্মনির্ভৰ হ’লে কৰোনাৰ দৰে মহামাৰী মোকাবিলাত সহজ : মোদী

ASSAM TIMES POST by ASSAM TIMES POST
May 31, 2020
Reading Time: 1 min read
A A
0
দেশ আত্মনির্ভৰ হ’লে কৰোনাৰ দৰে মহামাৰী মোকাবিলাত সহজ : মোদী

0 1 e1574345654996 6 1 2 2 14 12 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

নিউজ ডেস্ক:

আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ‘মন কী বাত’ত স্বীকাৰ কৰে যে কৰোনা মহামাৰী আৰু তাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে দেশত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে প্ৰব্ৰজিত শ্ৰমিক আৰু দুখীয়া লোকসকল। আনহাতে, অৰ্থনৈতিক ক্ৰিয়াকলাপবোৰ স্বাভাৱিক হওঁতে অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলিও মোদীয়ে মন্তব্য কৰে।

ইফালে আজিৰ ‘মন কী বাত’তো প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসংগ উল্লেখ কৰে। দেশ যদি আত্মনিৰ্ভৰশীল হয় তেতিয়াহ’লে কৰোনাৰ দৰে মহামাৰীৰ মোকাবিলাত সমস্যা কমি বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰে। আনহাতে, পঞ্চম পৰ্যায়ৰ লকডাউনত কণ্টেইনমেণ্ট অঞ্চলক বাদে সমগ্ৰ দেশত লকডাউন উঠাই দিলেও কৰোনাৰ বিপদ অলপো কমা নাই বুলিও তেওঁ সতৰ্ক কৰি দিয়ে।

কৰোনা মোকাবিলাত দেশৰ সেৱা শক্তিয়ে নিজৰ ক্ষমতা দেখুৱাইছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। কৰোনাৰ সংক্ৰমণ ৰোধ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ উদ্ভাৱন কৰা ব্যৱস্থাসমূহৰো প্ৰশংসা কৰে মোদীয়ে।আনহাতে, বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ বহু কম বুলি উল্লেখ কৰি মোদীয়ে কয় যে সমগ্ৰ বিশ্বই এই ক্ষেত্ৰত ভাৰতৰ ওপৰত দৃষ্টি ৰাখিছে। মোদীয়ে লগতে কয়– দেশৰ দুখীয়া লোকসকলৰ স্বাৰ্থতে লকডাউন উঠাই জনজীৱন লাহে লাহে স্বাভাৱিক কৰাৰ পদক্ষেপ লোৱা হৈছে।

কিন্তু লকডাউন শিথিল হ’লেও বিপদ এতিয়াও কমা নাই বুলিও সোঁৱৰাই দিয়ে মোদীয়ে। গা এৰা দিয়া মনোভাব দেখুৱালে পূৰ্বৰ সকলো কষ্ট অথলে যাব বুলি তেওঁ উল্লেখ কৰে। আজিৰ ‘মন কীত বাত’ত প্ৰতিকূল পৰিস্থিতি মোকাবিলাৰ কঠিন পৰীক্ষাত দেশ অৱতীৰ্ণ হৈছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

সেয়েহে এই সময়ত সতৰ্কতা অৱলম্বনৰ বাদে গত্যন্তৰ নাই বুলিও তেওঁ লগতে কয়। ইয়াৰ বাবে স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি যেনে সামাজিক ব্যৱধান, মাস্ক পৰিধান আদি মানি চলিবলৈও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

by Staff Reporter
July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

by Staff Reporter
July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT