ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
জুন-জুলাই ৰাজ্য হেৰোৱা ছন্দ উভটাই পাম- হিমন্ত বিশ্ব শৰ্মালকডাউনৰ মাজতে ৰাজ্য কৰ্মচাৰীৰ বাবে ভাল খবৰ।সোমবাৰ অৰ্থাৎ পহিলা জুনত লাভ কৰিব মে’ মাহৰ দৰমহা।ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।গুৱাহাটী ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি কয় “এপ্ৰিল মাহৰ তুলনাত ৰাজ্যত বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহ।
কৰ্মচাৰী সকলে পহিলা জুনৰ পৰা লাভ কৰিব দৰমহা”।জুন-জুলাই মাহত ৰাজ্য হেৰোৱা ছন্দ উভতাই পাম বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় “জটিল সময় পাৰ কৰিলোঁ।১৫ মে’ পৰা ৩০মে’ আমাৰ বাবে জটিল আছিল”।













