ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৃষ্ণাঙ্গ হত্যা : যুক্তৰাষ্ট্ৰত বিক্ষোভৰ ষষ্ঠদিন

ASSAM TIMES POST by ASSAM TIMES POST
June 2, 2020
Reading Time: 1 min read
A A
0
কৃষ্ণাঙ্গ হত্যা : যুক্তৰাষ্ট্ৰত বিক্ষোভৰ ষষ্ঠদিন

0 1 e1574345654996 6 1 2 2 14 12 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

নিউজ ডেস্ক :

ছ’চিয়েল মিডিয়াত এটা ভিডিও ভাইৰেল হোৱাৰ পিছতেই জ্বলিছে আমেৰিকা।ৰাজপথলৈ ওলাই আহিছে হেজাৰ হেজাৰ লোক।ক্ষোভৰ দাৱানলে সম্প্ৰতি আমেৰিকাৰ আকাশ-বতাহ চানি ধৰিছে।কিন্তু কিয়,কিয় জ্বলিছে আমেৰিকা।দিন-দশা বেয়া চলিছে নেকি বিশ্বৰ অন্যতম শক্তিশালী দেশ আমেেৰিকাৰ।এফালে মহামাৰী কোভিড-১৯ৰ মাধমাৰ আৰু আনফালে গণ বিক্ষোভ। মুঠতে সৰ্বত্ৰে এতিয়া জ্বলিছে আমেৰিকা।

WhatsApp Image 2020 06 01 at 10.50.05 AM | ASSAM TIMES POST

দৰাচলতে ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱা ৭মিনিটৰ এটা ভিডিওক কেন্দ্ৰ কৰিয়েই এই অগ্নিগৰ্ভা পৰিস্থিতিৰ সুত্ৰপাত ঘটে,য’ত এগৰাকী কৃষ্ণাঙ্গ লোকৰ ওপৰত আমেৰিকাৰ আৰক্ষীয়ে অমানৱীয় নিৰ্যাতন চলোৱা পৰিলক্ষিত হৈছে।জানিব পৰা ম’তে ২০ডলাৰৰ এখন নকল নোট ব্যৱহাৰ কৰি আমেৰিকাৰ আৰক্ষীৰ ৰোষত পৰিছিল জৰ্জ ফ্লোৰ্ড নামৰ এগৰাকী আফ্ৰিকান মূলৰ ব্যক্তি। এই অপৰাধৰ বাবেই ব্যক্তি গৰাকীক আৰক্ষীয়ে জোতাৰে ডিঙি চেপি বৰ্বৰভাৱে অত্যাচাৰ কৰিছিল।তাৰ পাছতেই মৃত্যু হৈছিল কৃষ্ণাঙ্গ জৰ্জ ফ্লোৰ্ডৰ।

এই সম্পূৰ্ণ ঘটনাটো ছ’চিয়েল মিডিয়াযোগে ক্ষন্তেকতে সমগ্ৰ আমেৰিকাতে বিয়পি পৰে। ফলত অতি কম সময়ৰ ভিতৰতে সমগ্ৰ দেশখনতে ক্ষোভিত হৈ উঠে কৃষ্ণাঙ্গ সম্প্ৰদায়। এক অপ্ৰীতিকৰ পৰিস্থিতিয়ে মূৰ দাঙি উঠে মুহূৰ্ততে।ক্ষুব্ধ জনতা ৰাজপথলৈ ওলাই আহি এফালৰ পৰা ৰাজহুৱা সম্পত্তি বা সেই সময়ত সন্মুখত পোৱা যি কোনো বস্তুকেই ধ্বংস কৰাত নামি পৰে।

মুঠতে মূহুৰ্ততে বিক্ষোভৰ জুয়ে আমেৰিকাৰ আকাশ-বতাহ ছানি ধৰে।আমেৰিকা আৰক্ষীৰ অমানৱীয় কাণ্ডত কৃষ্ণাঙ্গ সকল ইমানেই ক্ষুব্ধ হৈ পৰে যে তেওলোকে হোৱাইট হাউছৰ বাহিৰতেই বিক্ষোভ প্ৰদৰ্শন কৰাই নহয় ভিতৰতো প্ৰবেশৰ শ্রেষ্ঠা চলাই যদিও আৰক্ষীয়ে অতি কঠোৰ হাতেৰে এওঁলোকক বাধা প্ৰদান কৰিবলৈ বাধ্য হয়। ইফালে যুক্তৰাষ্ট্ৰখনত এনে অগ্নিগৰ্ভা পৰিস্থিতি চলি থকাৰ মাজতেই বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰে যে মানুহৰ এই ধৰণৰ আচৰণৰ ফলত দেশখনত পুনৰ মূৰ তুলি উঠিব পাৰে ক’ৰোনাই।

ইতিমধ্যেই দেশখনৰ প্ৰায় ১লাখতকৈও অধিক লোক ক’ৰোনাৰ বাবেই মৃত্যুমুখত পৰিছে। ইফালে চৰকাৰ তথা প্ৰশাসনে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী অৱস্থা সদৃশ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈ কোনো প্ৰচেষ্টাই কাম দিয়া নাই।যাৰ বাবে ক্ৰমান্বয়ে দেশখনৰ পৰিস্থিতিয়ে বেয়াৰ পৰা অধিক ভয়াবহলৈ গতি কৰিছে।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হোৱাইট হাউচ এৰি বাংকাৰত আত্মগোপন :

আনহাতে কিছু সময় পূৰ্বে লাভ কৰা আন এক খবৰ অনুসৰি মাৰ্কিন পুলিচৰ এনে বৰ্বৰতাৰ বিৰূদ্ধে জনতাৰ এনে প্ৰচণ্ড বিক্ষোভ দেখি ত্ৰস্তমান হৈ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পয়ে হোৱাইট হাউচ এৰি আণ্ডাৰগ্ৰাউণ্ড বাংকাৰত আশ্ৰয় ল’বলগীয়া হৈছে। বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি সততে চর্চালৈ আহি থকা বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰখনৰ এই ৰাষ্ট্ৰপ্ৰধান জনেই কিছুদিন পূৰ্বে পিঠা ভগাই দিয়া বান্দৰহৈ চীন ভাৰত সীমা বিবাদ নিষ্পত্তি কৰাৰ ঠিকা ল’ব খুজিছিল।উল্লেখ্য যে এই ৰাষ্ট্ৰ প্ৰধানজনক আদৰাৰ নামতে আমাৰ দেশে কেইমাহ মান পূৰ্বে ১০০ কোটিৰো অধিক ধন খৰচ কৰিছিল।

বিক্ষোভৰ লগতো লুট-পাত :

বিক্ষোভৰ লগতে লুট-পাতৰ অভিযোগো উঠিছে দেশ খনৰ একাধিক স্থানত। ফিলাডেলফিয়া,কেলিফাৰ্নিয়াৰ মতো চহৰত লুটপাতৰ ভিডিয়োও ভাইৰেল হৈছে সামাজিক মাধ্যমত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাস্তাই-ঘাটে কমপক্ষেও ৬২ হাজাৰ নেচনেল গার্ডৰ জোঁৱানক।উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই প্রথম
বাৰৰ বাবে সমগ্ৰ দেশতে নেচনেল গার্ড মোতায়ন কৰা হৈছে। ইতোমধ্যেই এই ঘটনাত জড়িত চাৰি হাজাৰ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

মাৰ্টিন লুথাৰ কিঙৰ মৃত্যুৰ পিছত প্ৰথম বাৰৰ বাবে এই বিক্ষোভৰ সন্মুখীন আমেৰিকা :
বহুতৰ মতে, ১৯৬৮ চনৰ মার্টিন লুথাৰ কিংৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে বর্ণবিদ্বেষৰ বিৰুদ্ধে ব্যাপক প্রতিবাদৰ সন্মুখীন হৈছে আমেৰিকা। উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ লকডাউন ভাঙি পথলৈ ওলাই আহে হেজাৰ হেজাৰ মানুহ।

ফ্লয়েডৰ মৃত্যুত শোক প্ৰকাশ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ :

ফ্লয়েডৰ মৃত্যুত শোকপ্রকাশ কৰিলেও এই বিক্ষোভ প্ৰশমিত কৰাত সামৰ্থ হোৱা নাই ৰাষ্ট্ৰপতি ট্রাম্প। তেওঁৰ মতে “সমাজ বিৰোধীয়ে চলোৱা এই তাণ্ডৱক কঠোৰ দমন কৰা হ’ব। ট্ৰাম্পে অতি-বাম চৰমপন্থীকে এই ঘটনাৰ বাবে দোষাৰোপ কৰে। ইফালে আসন্ন প্রেছিডেন্ট নির্বাচনত ট্রাম্পৰ ডেমক্ৰেটিক প্রতিপক্ষ জো বাইডেনেও এই হিংসাত্মক ঘটনাৰ নিন্দা কৰি কয় যে ‘কৃষ্ণাঙ্গসকলৰ ওপৰত চলোৱা এই নৃশংসতাৰ বিৰুদ্ধে কৰা এই প্রতিবাদ প্রয়োজনীয় আৰু ন্যায্য।’

উদ্বিগ্ন প্ৰবাসী ভাৰতীয় :

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা প্ৰবাসী অসমীয়া লোকসকলকে ধৰি প্ৰবাসী ভাৰতীয় সকলো এই ঘটনাত হতচকিত হৈ পৰিছে।আমেৰিকাৰ নিচিনা বিশ্বৰ নেতৃত্ব বহনকাৰী এখন দেশত কোনো কালে কল্পনা নকৰা এই ঘটনা উদ্ভৱ হোৱাত প্ৰবাসী অসমীয়া তথা প্ৰৱাসী ভাৰতীয় লোক সকলৰ পৰিয়াল তথা আত্মীয়-কুটুম্ব সকলো উদ্বিগ্ন হৈ পৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

by Staff Reporter
July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

by Staff Reporter
July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

by News Desk
July 6, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx