ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চলমানৰ বাবেই বনাইছিল ‘হট ফিগাৰ’! কোন অভিনেত্ৰীৰ এয়া মুকলি প্ৰকাশ?

ASSAM TIMES POST by ASSAM TIMES POST
June 4, 2020
Reading Time: 1 min read
A A
0
চলমানৰ বাবেই বনাইছিল ‘হট ফিগাৰ’! কোন অভিনেত্ৰীৰ এয়া মুকলি প্ৰকাশ?

0 1 e1574345654996 6 1 2 2 14 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

ডিজিটেল ডেস্ক:

বলিউডত জনপ্রিয় অভিনেত্রীসকলৰ তালিকাত অন‍্যতম সোণাক্ষী সিনহা। দাবাং ছিৰিজৰ পৰা বলিউড যাত্রা আৰম্ভ কৰি এতিয়া তেওঁ বেচ সফল অভিনেত্রী। কিন্তু সফলতা ইমান সহজে পোৱা নাছিল সোণাক্ষীয়ে। আনকি অভিনয় জগতলৈ অহাৰ কথাই নাছিল তেওঁৰ। কাৰণ, অতিৰিক্ত ওজন। বলিউডত খোজ দিয়াৰ পূৰ্বে ৯০ কেজি ওজন আছিল সোণাক্ষীৰ। তাৰ পৰা কেনেদৰে আজিৰ তন্বী অৱস্থালৈ আহিল অভিনেত্রীগৰাকী?

dabangg 0 | ASSAM TIMES POSTsonakshi sinha 1576031255 | ASSAM TIMES POST

আচলতে ইয়াৰ নেপথ‍্যত আছে বলিউডৰ এজন অভিনেতা যিয়ে সোণাক্ষীক উৎসাহ দিয়ে ওজন কমাবলৈ। তেওঁ আৰু কোনো নহয়, সোণাক্ষীৰ প্রথম ছবিৰ নায়ক চলমান খান। চলমানৰেই উৎসাহত মেদ উৰুৱাই বলিউডত প্রবেশ কৰে সোণাক্ষীয়ে।

প্রথমে ফেচন ডিজাইনাৰ হিচাবেই ইণ্ডাষ্ট্ৰীত কাম আৰম্ভ কৰে অভিনেত্রীগৰাকীয়ে। তেতিয়া তেওঁৰ ওজন আছিল ৯০ কেজি। চলমানেই তেওঁক প্রথম কৈছিল ওজন কমোৱাৰ কথা। তেওঁৰ কথা মানিয়েই একবাৰে ৩০ কেজি ওজন কমাইছিল অভিনেত্রীগৰাকীয়ে। এটি সাক্ষাৎকাৰত সোণাক্ষীয়ে নিজেই জনাইছিল এই কথা।

কিন্তু এই সম্পূৰ্ণ বিষয়টো খুব এটা সহজ নাছিল সোণাক্ষীৰ বাবে। এটা সময়ত জিমলৈ যোৱাৰ নাম শুনিলেই তেওঁৰ গাত জ্বৰ উঠিছিল। তাৰ পৰা নিজকে উৎসাহ দি কঠোৰ পৰিশ্রম কৰী ওজন কমাইছিল সোণাক্ষীয়ে। চাহিদ কাপুৰৰ ট্রেইনাৰেই তেওঁক ট্রেইনিং দিছিল। সাঁতোৰ, যোগ, কার্ডিও সকলো ব্যায়াম কৰিছিল তেওঁ।এতিয়াও সোণাক্ষীৰ প্রতিদিনৰ ডায়েটত থাকে ফলৰ ৰস আৰু প্রচুৰ পৰিমাণে জল। দাবাং ছবিত চলমানৰ বিপৰীতেই প্রথম দেখা যায় তেওঁক।

Tags: Featured2
Share4Tweet3Send

Related Posts

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

by Staff Reporter
June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

by Staff Reporter
June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

by News Desk
June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

ADVERTISEMENT
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT