ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ভূলুণ্ঠিত মানৱ অধিকাৰ! অসাৰ ‘সবকা সাথ সবকা বিকাশ’

ASSAM TIMES POST by ASSAM TIMES POST
August 7, 2019
Reading Time: 1 min read
A A
0
  • এম্বুলেন্সৰ অভাৱত চিভিল হাস্পতালৰ পৰা মৃত পত্নীক পিঠিত নিলে স্বামীয়ে

assam times post | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ডিফুঃ মানৱ অধিকাৰক ভূলুণ্ঠিত কৰি ডিফু চহৰত ঘটিল এক হৃদয়বিদাৰক ঘটনা৷ মৃত পত্নীক ডিফু চিভিল হাস্পতালৰপৰা সোমবাৰে সন্ধিয়া পিঠিত লৈ তিনি কিল‘মিটাৰ দূৰত্বৰ বাট বুলিলে এজন দৰিদ্ৰ স্বামীয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি ডিফুৰ লুম্বাজং পৰিষদীয় সমষ্টিৰ মেনচিং ৰংহাঙ বস্তিৰ মেন বে‘ৰ পত্নী কাদম ৰংহাঙপী(৬০)ক সোমবাৰে সন্ধিয়া ডিচেণ্ট্ৰিৰ বাবে অসুস্থ অৱস্থাত ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷

ক্ষন্তেক পিছতে কাদম ৰংহাঙপীৰ মৃত্যু হয়৷ পত্নীৰ মৃতদেহ ঘৰলৈ আনিবলৈ হাস্পতালত এম্বুলেন্স বিচাৰি বিমুখ হোৱাৰ লগতে ধনৰ অভাৱত কোনো ব্যৱস্থা কৰিব নোৱাৰি উপায়হীন হৈ স্বামী মেন বে‘য়ে পত্নীৰ মৃতদেহ নিজৰ পিঠিত লৈ ডিফু চহৰৰ মাজেৰে প্ৰায় চাৰি কিল‘মিটাৰ দূৰত্বত থকা ঘৰলৈ যাবলৈ ওলায়৷

ইফালে ইউনাইটেড কাৰবি ইয়ুথ এছ‘চিয়েচনে ঘটনা সংক্ৰান্তত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ সংগঠনৰ ফালৰ পৰাও মৃতদেহ কঢ়িওৱা গাড়ীৰ চালকক ফোন কৰিও কোনো সদোত্তৰ নাপাই মৃতদেহটো এখন অট‘ৰিক্সা ভাড়া কৰি নিবলৈ ব্যৱস্থা কৰি দিয়ে বুলি জানিবলৈ দিয়ে মেন বে’য়ে।

কিন্তু ঘৰলৈ আধাকিল‘মিটাৰ বাকী থকা অৱস্থাত ৰাস্তাৰ অৱস্থা অতি শোচনীয় হোৱাৰ বাবে পুনৰ পত্নীৰ মৃতদেহ পিঠিতলৈ স্বামীজন ঘৰত উপস্থিত হয়গৈ৷ বুধবাৰে মৃতকৰ ঘৰত উপস্থিত হৈ ইউকেএছৰ নেতৃবৰ্গই পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰি কিছু সামগ্ৰী প্ৰদান কৰে৷ সংগঠনটোৱে দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীৰ মৃতদেহ ঘৰলৈ নিবৰ বাবে হাস্পতাল কৰ্তৃপক্ষই এম্বুলেন্সৰ ব্যৱস্থা কৰি দিব নোৱাৰাত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি আহে যদিও মেনচিং ৰংহাং বস্তিৰ  বিধ্বস্ত বাট পথবোৰ নিৰ্মাণত হেমাহি কৰাৰ বাবে সময়মতে হাস্পতাললৈ নিব নোৱাৰাৰ কাৰণেই মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে।

Share10Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx