ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিভিন্ন সংগঠনৰ যুটীয়া সঁজাতি দলৰ ডিফুৰ পলিটেকনিক আৰু জেএনভিৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন

ASSAM TIMES POST by ASSAM TIMES POST
June 18, 2020
Reading Time: 1 min read
A A
0
বিভিন্ন সংগঠনৰ যুটীয়া সঁজাতি দলৰ ডিফুৰ পলিটেকনিক আৰু জেএনভিৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন

0 1 e1574345654996 6 1 2 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

ডিফু:যোৱা ১৬ জুনত ডিফুৰ আৱৰ্ত ভৱনত বিভিন্ন দল- সংগঠনৰ সৈতে ক’ভিড -১৯ক লৈ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি একাংশ দল- সংগঠনৰ যুটীয়া সঁজাতি দলে উক্ত কাৰ্যত সহযোগিতা আগবঢ়াবলৈ পলিটেকনিক আৰু জেএনভি দুটা কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷

27c4ec96 cd5b 4c5f 83ef d734df788e6b | ASSAM TIMES POST8001a8f5 bad1 4ea8 a611 0734997c9bf3 | ASSAM TIMES POST

দলটোৱে উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত বিভিন্ন অভাৱ- অভিযোগবোৰ বুজ লবলৈ কেন্দ্ৰ দুটা পৰিদৰ্শন কৰে ৷ আজি বিয়লি ডিফু থানাৰ অ’চি চিৰাজ ইংতিৰ নেতৃত্বত কেএছএ, ডিএছইউ,কেএনএ আৰু জিএছউৰ লগতে সাংবাদিকৰ যুটীয়া সঁজাতি দলটোৱে পলিটেকনিক আৰু জেএনভিৰ পলিটেকনিক কেন্দ্ৰটোত থকা লোক সকলৰ অভাৱ অভিযোগবোৰ শুনাৰ লগতে কেন্দ্ৰকেইটাৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্নৰ লগতে বিভিন্ন দিশত সজাগতা সন্দৰ্ভত আলোচনা কৰে ৷

লগতে কোৱাৰেণ্টাইনত থকা লোক সকলক ক’ভিড ১৯ৰ নীতি- নিয়ম অনুসৰি ধৈৰ্য সহকাৰে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ উল্লেখযোগ্য যে, বিভিন্ন দল সংগঠন, সাংবাদিক আৰু অংশীদাৰ সকলক লৈ ক’ভিড-১৯ ক লৈ জিলা উপায়ুক্তই আৰম্ভ কৰা হুৱাটছএপ গ্ৰুপৰ কামে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷

Tags: Featured2
Share5Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

by News Desk
July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT