ASSAM TIMES POST
ৰাজ্যবাসীৰ বাবে সুখবৰ । আজি নিশা কামৰূপ মহানগৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৪৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰাৰ পিছত ৰাজ্য ৰোগী সুস্থ হোৱাৰ হাৰ ৬৩.২ শতাংশ হ’লগৈ ৷ টুইট যোগে এই কথা সদৰী কথা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা — ৩৪০৪
চিকিৎসাধীন ৰোগীৰ সংখ্যা — ১৯৭২













