ASSAM TIMES POST
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা।পুনৰ নতুনকৈ অস়মত ১৯৮ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত। ইয়াৰ সৈতে আক্ৰান্তৰ সংখ্যা হ’লগৈ ৫৫৮৬ জন আৰু ইয়াৰ বিপৰীতে ক’ৰ’ণা মুক্ত হৈছে ৩৪০৪ জন।টুইট যোগে সদৰী কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













