ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটী ৱাৰ্ড ভিত্তিত ক’ৰনা টেষ্ট কেম্প ক’ত ক’ত স্থাপন হ’ব জানি লওঁক

News Desk by News Desk
June 22, 2020
Reading Time: 1 min read
A A
0
গুৱাহাটী ৱাৰ্ড ভিত্তিত ক’ৰনা টেষ্ট কেম্প ক’ত ক’ত স্থাপন হ’ব জানি লওঁক

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

২৪ জুন পৰা প্ৰতিজন লোকে কৰিব পাৰিব টেষ্ট

গুৱাহাটীত ক’ৰনা ভাইৰাছৰ অধিক ভয়াৱহ গণসংক্ৰমণ পৰা জনতাক ৰক্ষা কৰা বাবে স্বাস্থ্য বিভাগে ৩১ টা ৱাৰ্ড স্থাপন কৰিব ৰেণ্ডম টেষ্ট কেম্প।কেম্প সমূহ চিকিৎসালয় পৰ্যায়ত স্থাপন কৰা হব।থাকিব চিকিৎসক পৰা আৰম্ভ কৰি প্ৰাথমিক সকলো ব্যৱস্থা-এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

গুৱাহাটীত ৱাৰ্ড অনুসৰি স্থাপন হব লগা কেম্প সমূহ হৈছে – ১নং ৱাৰ্ড জালুকবাৰী গাৰ্লছ স্কুল, ২নং ৱাৰ্ড পাণ্ডু আদৰ্শ এইচ এছ, ৩নং ৱাৰ্ড বিদ্যামন্দিৰ হাই চেকেণ্ডেৰী স্কুল, ৪নং ৱাৰ্ড কামাখ্যা এইচ এছ এছ, ৫নং ৱাৰ্ড দুৰ্গেশ্বৰ ৰাভা বিদ্যাপীঠ হাইস্কুল, ৭নং ৱাৰ্ড আমাবাৰী এইচ এছ, ৮নং ৱাৰ্ড কালিৰাম বৰুৱা গাৰ্লছ স্কুল, ১০নং ৱাৰ্ড বেংগলী এইচ এছ এছ ,১১নং ৱাৰ্ড উজানবজাৰ চৰকাৰী ছোৱালী হাইস্কুল, ১২নং ৱাৰ্ড পূৰ্ব গুৱাহাটী আদৰ্শ এইচ এছ, ১৩নং ৱাৰ্ড ৰাজগড় গাৰ্লছ এইচ এছ, ১৯নং ৱাৰ্ড দিছপুৰ উদয়াচল এইচ এছ, ২০নং ৱাৰ্ড জু-ৰোড বিদ্যাপীঠ এইচ এছ, ২১নং ৱাৰ্ড ভাস্কৰ বিদ্যাপীঠ এইচ এছ এছ, ২২নং ৱাৰ্ড গুৱাহাটী ৰিফাইনেৰী এইচ এছ, ২৩নং ৱাৰ্ড নিউ গুৱাহাটী আদৰ্শ এইচ এছ, ২৪নং ৱাৰ্ড দিছপুৰ চৰকাৰী এইচ এছ এছ, ৯নং ৱাৰ্ড এল অ জি হিন্দী এইচ এছ, ১৪নং ৱাৰ্ড বাণীকান্ত মেমৰীয়েল গাৰ্লছ এইচ এছ, ১৫নং ৱাৰ্ড বিষ্ণুপুৰ বিদ্যা নিকেটন এইচ এছ, ১৮নং ৱাৰ্ড সোণাৰাম এইচ এছ এছ, ২৫নং ৱাৰ্ড সাতগাঁও এইচ এছ, ২৬নং ৱাৰ্ড ৰুক্মিণী গাঁও বালিকা বিদ্যালয়, ২৮নং ৱাৰ্ড ডাকচীন বেলতলা এইচ এছ, ২৯নং ৱাৰ্ড হাটীগাঁও এইচ এছ, ৩০নং ৱাৰ্ড গণেশ মন্দিৰ এইচ এছ স্কুল, ৩১নং ৱাৰ্ড বাঘৰ বাৰী এইচ এছ, ৬নং ৱাৰ্ড টেটেলিয়া হাইস্কুল, ১৬নং ৱাৰ্ড নেতাজী সুভাষ বিদ্যাপীঠ এম.ই,১৭নং ৱাৰ্ড ডাকচীন গুৱাহাটী এইচ এছ, ২৭নং ৱাৰ্ড সাবিত্ৰী ভৰালী এইচ এছ।

ইয়াৰ উপৰিও গুৱাহাটী মেডিকেল কলেজ আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত থাকিব দুটা চেণ্টাৰ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx