ASSAM TIMES POST
অসমত পুনৰ ২৭৩ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।ইয়াৰে ২০৩জন আক্ৰান্তই গুৱাহাটীৰ৷ ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৯১৯ লৈ বৃদ্ধি পায়।মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
*ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২৬৬০ জন৷
*সুস্থ হৈ উঠিছে ৪২৪৭জন৷













