ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চিকিৎসকৰ বিৰুদ্ধে হোম কোৱাৰেণ্টীন উলংঘনৰ অভিযোগ:

ASSAM TIMES POST by ASSAM TIMES POST
June 27, 2020
Reading Time: 1 min read
A A
0
চিকিৎসকৰ বিৰুদ্ধে হোম কোৱাৰেণ্টীন উলংঘনৰ অভিযোগ:

0 1 e1574345654996 6 1 2 5 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

নগাঁও: নগাঁও চহৰৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে হোম কোৱাৰেণ্টীন উলংঘনৰ অভিযোগ উত্থাপিত হৈছে । জানিব পৰা মতে, নগাঁও চহৰৰ পেনাচিয়া লেবৰটৰীত এসপ্তাহ পূৰ্বে চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা কংকন মুদৈ নামৰ এজন কোভিড-১৯ ত আক্ৰান্ত যুৱকৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত জিলা প্ৰশাসন আৰু স্বাস্থ্যবিভাগে উক্ত লেবৰটৰী ১৪ দিনৰ বাবে বন্ধ কৰি দিয়ে।

আনহাতে স্বাস্থ্য বিভাগে পেনাচিয়া লেবৰটৰীত কৰ্মৰত চিকিৎসক আৰু কৰ্মচাৰীক নিৰ্ধাৰিত সময়ৰ বাবে হোম কোৱাৰেণ্টীনত থকাৰ নিৰ্দেশ প্ৰদান কৰে । সেই অনুসৰি পেনাচিয়া লেবৰটৰীত পেথ’লজিষ্ট হিচাপে কৰ্মৰত ডা: পি দত্তও হোম কোৱাৰেণ্টেীনত থাকিব লগাত পৰে।

ইপিনে স্বাস্থ্যবিভাগে পেনাচিয়াৰ সৈতে জড়িত সকলৰ স্বাৱ সংগ্ৰহ কৰে। আনহাতে প্ৰশাসনৰ নিৰ্দেশনাত চৈধ্য দিনৰ বাবে পেনাচিয়া বন্ধ হলেও পেথ’লজিষ্ট ডা: দত্তই নগাঁৱৰ চাওচৰীয়া নাৰ্ছিং হোমত যোৱা ২৪ জুনত ৰোগীৰ তেজ পৰীক্ষা কৰাৰ ৰিপৰ্ট পোৱাৰ পিছতে নগাঁও জিলা স্বাস্থ্য বিভাগত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আনহাতে এই সম্পর্কত নাৰ্ছিং হোম খনৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত অজ্ঞতা প্ৰকাশ কৰে যদিও নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে বিষয়টোত উদ্বেগ প্ৰকাশ কৰে।ইপিনে হোম কোৱাৰেণ্টীনত থকা অৱস্থাত চিকিৎসক গৰাকী নগাঁও চহৰৰ আন এখন ব্যক্তিগত নাৰ্ছিংহোমলৈকো যোৱাৰ অভিযোগ উঠিছে।

অৱশ্যে পেনাচিয়াৰ সৈতে জড়িত সকলো চিকিৎসক আৰু কৰ্মচাৰীৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে। তৎসত্বেও হোম কোৱাৰেণ্টীনৰ ম্যাদ সম্পূৰ্ণ নোহোৱাকৈ এগৰাকী চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা কাৰ্যক সকলোৱে আশ্চর্য প্ৰকাশ কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx