ASSAM TIMES POST
অসমত পুনৰ ২৪৬ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ৭১৬৫ লৈ বৃদ্ধি পায়।মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান ২৩৩৮গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৪৮১৪ গৰাকীয়ে।













