ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দুই যমজ ভগ্নী মালিন-হাৰলিনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতীত্ব অৰ্জন :

ASSAM TIMES POST by ASSAM TIMES POST
June 28, 2020
Reading Time: 1 min read
A A
0
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ফলাফল :বাণিজ্য শাখা শীর্ষত দহট আছে ২৪জন: জানি লওঁক

0 1 e1574345654996 6 1 2 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

ডিফু: সদ্য ঘোষিত উচ্চতৰ মাধ়্যমিকৰ চূড়ান্ত পৰীক্ষাত পশ্চিম কাৰবি আংলঙ জিলাৰ দুই যমজ ভগ্নী ক্ৰমে মালিন আৰু হাৰলিনে কৃতীত্ব সহকাৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি মালিন তেৰাঙপীয়ে হোজাইৰ আজমল উইমেন কলেজ অৱ ছাইন্স এণ্ড টেকনলজীত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈ ৪৪৮ নম্বৰ সহ ৮৯’ ৭ শতাংশৰে ডিষ্টিংছন লাভ কৰে ৷

WhatsApp Image 2020 06 28 at 1.38.26 AM | ASSAM TIMES POST

WhatsApp Image 2020 06 28 at 1.37.48 AM | ASSAM TIMES POST
দুই যমজ ভগ্নী মালিন-হাৰলিন…..

মালিন তেৰাংপীয়ে পশ্চিম কাৰবি আংলঙৰ ডংকামোকামৰ ছ’জাঙ ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৭৮’৮৮ শতাংশ সহ ষ্টাৰ মাৰ্ক লাভ কৰিছিল ৷আনহাতে মালিন তেৰাঙপীৰ যমজ ভগ্নী হাৰলিন তেৰাংপীয়ে হোজাইৰ একেখন কলেজৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ৩৯৭ নম্বৰ আৰু ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পশ্চিম কাৰবি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

হাৰলিনে ডংকামোকাম ছ’জং ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ ৫৩ শতাংশ নম্বৰ লাভ কৰিছিল ৷ মালিন তেৰাংপী আৰু হাৰলিন তেৰাংপী দুয়ো যমজ ভগ্নী পশ্চিম কাৰবি আংলঙৰ ডংকামোকাম নগৰৰ ৱাৰ্ড নম্বৰ ২ ৰ ৰাম ৰংপি আৰঙৰ হাৰমন তেৰাঙ আৰু প্ৰতীমা ইংহিপীৰ জীৱৰী বুলি জানিব পৰা গৈছে ৷

Tags: Featured2
Share13Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
ADVERTISEMENT
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx