ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৫ টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিফু উপায়ুক্ত কলনিৰ পূজা দাসৰ কৃতীত্ব :

ASSAM TIMES POST by ASSAM TIMES POST
June 28, 2020
Reading Time: 1 min read
A A
0
৫ টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিফু উপায়ুক্ত কলনিৰ পূজা দাসৰ কৃতীত্ব :

0 1 e1574345654996 6 1 2 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

ডিফু:সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিফুৰ ৰেণু তেৰাংপী মেম’ৰিয়েল মহাবিদ্যালয়ৰ পূজা দাসে কলা শাখাত  অৱতীৰ্ণ হৈ ৫ টা বিষয়ত লেটাৰ সহ কলেজখনৰ লগতে ডিফুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পূজা দাসে মুঠ ৪২০ নম্বৰ লাভ কৰাৰ লগতে ৫ বিষয়ত লেটাৰ পায় ৷

পূজা দাসে ডিফু ৃক্লীৰদাপ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈও তিনিটা বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছিল ৷ পূজা দাসৰ পিতৃয়ে টেণ্ট হাউছৰ ক্ষুদ্ৰ ব্যৱসায় কৰি জিৱিকা নিৰ্বাহ কৰে ৷ পূজা দাস ডিফু উপায়ুক্ত কলনিৰ নিপেন দাস আৰু দেৱযানী দাসৰ কণ্যা ৷ পূজা দাসৰ সাফল্যত পৰিয়ালৰ লগতে এলেকাটোত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছে ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT