ASSAM TIMES POST
নিউজ ডেস্ক:
মহাৰাষ্ট্ৰত ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ অৰ্থে অহা ৩১ জুলাইলৈকে লকডাউন বৃদ্ধি কৰা হৈছে৷ মহাৰাষ্ট্ৰ চৰকাৰে সোমবাৰে এই কথা ঘোষণা কৰে৷ ৰাজ্যখনত বৰ্তমানে থকা নিষেধাজ্ঞা আৰু শিথিলতা পূৰ্বৰ দৰেই থাকিব বুলি জনাইছে৷ আনহাতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে সোমবাৰে ক’ভিড-১৯ৰ প্ৰজেক্ট প্লাটিনা-ৱ’ৰ্ল্ড নামৰ বৃহৎ প্লাজমা থেৰাপি পৰীক্ষা আৰু সেৱা মুকলি কৰে৷











