নিউজ ডেস্ক:
![]()
বলীউডৰ জনপ্ৰিয় অভিনেতা “বিগ বি” খ্যাত অমিতাভ বচ্চনৰ দেহত “কভিড ১৯” ৰ অৱস্থিতি। টুইটৰ দ্বাৰা নিজৰ এই খবৰ ব্যক্ত কৰে অভিনেতা গৰাকীয়ে; বিগত ১০ দিনত তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিক স্বাব টেষ্ট কৰাৰ আহ্বান জনায় অভিনেতা গৰাকীয়ে। বৰ্তমান মুম্বাইস্থিত নানাৱতী হাস্পাতালত তেওঁ চিকিৎসাধীন।













