![]()
নিউজ ডেস্ক:
মধ্য প্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।উল্লেখযোগ্য যে শ্বাসপ্ৰশ্বাস, মূত্ৰাশয় আৰু জ্বৰৰ সমস্যাত ভুগি তেওঁ যোৱা ১১ জুনৰ পৰা হস্পিটেলত চিকিৎসাধীন হৈ আছিল। তেওঁৰ পুত্ৰ অশুতোষ টেণ্ডনে টুইট যোগে এই কথা জনাইছে।













