ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰত ৰত্ন হ’ল ড০ ভূপেন হাজৰিকা

ASSAM TIMES POST by ASSAM TIMES POST
August 8, 2019
Reading Time: 1 min read
A A
0
ভাৰত ৰত্ন হ’ল ড০ ভূপেন হাজৰিকা

ASSAM TIMES POST, বনানী শৰ্মা:
“মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ
গীতৰ সভাত তুমিয়েটো প্ৰধান অলংকাৰ”
আজি অসম সন্তান ভূপেন হাজৰিকাৰ হেজাৰ শ্ৰোতা আবেগিক কাৰন মৃত্যুৰ পাচত তেওঁলৈ প্ৰদান কৰা হল দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন ।

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তিনি জন পুৰোধালৈ প্ৰদান কৰা হয় ভাৰত ৰত্নৰ সন্মান।সংগীতৰ জৰিয়তে সমাজলৈ আগৱঢ়ো অৱদানৰ বাবে ভূপেন হাজৰিকাক,ৰাজনৈতিক আৰু সামাজিক জীৱনলৈ আগৱঢ়ো অৱদানৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মূখাৰ্জীক আৰু সমাজকৰ্মী হিচাপে শিক্ষা, স্বাস্থ্য আৰু গ্ৰাম্য সমাজক স্বনিৰ্ভৰশীলতাৰ পথ দেখোৱাৰ বাবে নানাজী দেশমুখলৈ প্ৰদান কৰা হল দেশৰ সৰ্বোচ্চ ভাৰত ৰত্ন সন্মান।সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।ভূপেন হাজৰিকাৰ হৈ সন্মান গ্ৰহণ কৰে তেওঁৰ পুত্ৰ তেজ হাজৰিকাই।

ৰাছিয়াৰ পৰা সন্মান গ্ৰহণ বাবে তেজ হাজৰিকাৰ সৈতে উপস্থিত হয় তেওঁৰ পত্নী কানডাচ হেমিল্টন আৰু তেওঁৰ পুএ চেজ আকাশ হাজৰিকা।তেজ হাজৰিকাই কয় আজি তেওঁ যথেষ্ঠ সুখী।লগতে তেওঁৰ পুএ আৰু পত্নীয়েও এই অনুষ্ঠানত উপস্থিত থাকিব লৈ পায় যথেষ্ঠ গৌৰৱ অনুভৱ কৰিছে।ভূপেন হাজৰিকাক মৃত্যুৰ পাচত হলে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ গৌৰৱোজ্জ্বল মূহুৰ্তৰ সাক্ষী হবলৈ উপস্থিত হল তেওঁ ভাই বোৱাৰী তথা কন্ঠ শিল্পী মনিষা হাজৰিকা আৰু ভূপেন হাজৰিকা সংস্কৃতিক ন্যাসৰ মন্জুলা হাজৰিকা।

মনিষা হাজৰিকাই কয়” আনন্দ বহুত লাগিছে যদিও তেওঁৰ জীয়াই থকাত সন্মান পোৱা হলে আৰু সুখী হলো হয় আজি মোৰ কল্পনালৈ বৰকৈ মনত পৰিছে।

যিকি নহওক সৰুতে ভূপেন হাজৰিকাৰ গীতত মূগ্ধ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰিভা,লক্ষ্মীনাথ বেজবৰুৱাৰ সপোন আজি পূৰন হল।আজি অসমীয়া গৌৰৱৰ দিন লগতে ভূপেন হাজৰিকাক ভাল পোৱা প্ৰতি জন শ্ৰোতা আজি আনন্দিত।

Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
ADVERTISEMENT
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
50
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি
National-International

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026
50
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx