ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাট্যম, বোকাখাতৰ উদ্যোগত অনুষ্ঠিত নাট্য বিষয়ক অনলাইন মনোজ্ঞ অনুষ্ঠান

News Desk by News Desk
August 4, 2020
Reading Time: 1 min read
A A
0
নাট্যম, বোকাখাতৰ উদ্যোগত অনুষ্ঠিত নাট্য বিষয়ক অনলাইন মনোজ্ঞ অনুষ্ঠান

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

অজন্তা তালুকদাৰ

বোকাখাত : বোকাখাতৰ নৱপ্ৰজন্মৰ নাট্যকৰ্মীৰ প্ৰতিভা বিকাশৰ অৰ্থে গঠিত নাট্যগোষ্ঠী নাট্যম, বোকাখাতৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যায় এখনি অনলাইন মনোজ্ঞ আৰু অন্তৰংগ আলাপ অনুষ্ঠান। নাট্যমৰ হৈ অনুষ্ঠানটিৰ আহ্বান কৰে নাট্যগোষ্ঠীটোৰ কাৰ্যনিৰ্বাহক সদস্য মৃত্যুঞ্জয় শইকীয়াই আৰু সঞ্চালনা কৰে উপ-সভাপতি অজন্তা তালুকদাৰে। প্ৰায় ৫০ গৰাকী সদস্যই অংশ লোৱা অনুষ্ঠানত নাট্যশিল্পটিৰ ওপৰত লক-ডাউনৰ প্ৰভাৱ আৰু নাট্যকৰ্মীৰ স্থিতি সম্পৰ্কে নিজ নিজ অভিমত ডাঙি ধৰি বক্তব্য প্ৰদান কৰে উপস্থিত বিষয়ববীয়া আৰু সদস্যসকলে।

নাট্যম, বোকাখাতৰ অধ্যক্ষ তথা নাট্যকাৰ অমৰ শৰ্মাই কয় যে অপেচাদাৰী নাট্য শিল্পৰ লগত জড়িত শৰ্মাৰ পেচা যিহেতু ব্যৱসায়, সেয়েহে লক-ডাউনৰ সময়ত সকলো অপেচাদাৰী নাট্যকৰ্মীয়ে নাট্যচৰ্চা বা শিল্পচৰ্চাৰ ক্ষেত্ৰত এশ শতাংশ আত্মনিয়োজন কৰিব পৰা নাই বুলি আক্ষেপ কৰে। অলেখ ব্যক্তিগত অসুবিধাৰ মাজতো তেখেতে এখন শিশুনাট আৰু আগন্তুক প্ৰতিযোগিতা ভৰ মঞ্চলৈ এখন একাংক নাট সম্পূৰ্ণ কৰিছে আৰু এখন পূৰ্ণাংগ নাটক ৰচনাৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে বুলিও উল্লেখ কৰে। তাৰে এখন শিশু নাট।

p4 | ASSAM TIMES POST p5 | ASSAM TIMES POST p6 | ASSAM TIMES POST

উল্লেখ্য যে নাট্যকাৰ অমৰ শৰ্মাৰ ৰচিত অন্তেষপুৰৰ সাধু, পেণ্ডুলাম, দ্যা আল্টিমেট ব্যুমেৰাং, একুৱাৰিয়াম আদি বহুকেইখন নাটকে বিগত পাঁচ বছৰত অসমৰ বহু মঞ্চত শ্ৰেষ্ঠ নাটক, নাট্যকাৰকে ধৰি পুৰস্কাৰ লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে। নাট্যগোষ্ঠীটোৰ উপ-সভাপতি তথা বিশিষ্ট অভিনেতা, নাট-পৰিচালক, ৰূপসজ্জাকাৰ নিৰজমনি বৰাই নিজৰ বক্তব্যত অসমৰ বাঁহ-বেতৰ থলুৱা উদ্যোগটোক নাটকৰ মঞ্চসজ্জাত সম্পূৰ্ণকৈ ব্যৱহাৰ কৰাৰ বহু থল থকা বুলি উল্লেখ কৰি নৱ প্ৰজন্মক এই সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। পেচাত শিক্ষক নিৰজমনি বৰা এগৰাকী বিশিষ্ট থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণ শিল্পীও।

অনুষ্ঠানত আৰু বক্তব্য প্ৰদান কৰে নাট্যমৰ সদস্য তথা প্ৰতিশ্ৰুতিসম্পন্ন নাট্যকৰ্মীসকল ক্ৰমে প্ৰণৱ শইকীয়া, মিতালী বৰা, শান্তিছায়া ডেকা, অভিলাষ বৰবৰা, ৰিয়া দাস, হিমাঞ্চল দত্ত, ধৰিত্ৰী বৰা আদিয়ে। অনুষ্ঠানত নাট্যমৰ যুটীয়া সম্পাদক ৰাতুল ফুকনৰ লগতে উপস্থিত থাকে নাট্যগোষ্ঠীটোৰ এগৰাকী জ্যেষ্ঠ সদস্য তথা বিশিষ্ট নাট্যকৰ্মী অনুপ তামুলী।

p3 | ASSAM TIMES POST p2 | ASSAM TIMES POST p1 | ASSAM TIMES POST

উল্লেখ্য যে অসমৰ এগৰাকী বিশিষ্ট যুৱ নাট-পৰিচালক, নাট্যকাৰ, অভিনেতা ৰাতুল ফুকনেও লক-ডাউনৰ সময়চোৱাৰ সদ্ব্যৱহাৰ কৰি লিখি উলিয়াইছে এখন চুটিছবিৰ চিত্ৰনাট্যৰ লগতে পূৰ্ণাংগ আৰু একাংকিকা (শিশু) দুখনকৈ নাট। আলাপৰ প্ৰাৰম্ভিক সময়তে অসমৰ বিশিষ্ট নাট্যকৰ্মী মাজুলী নিবাসী, বোকাখাতৰ জোঁৱাই সদ্যপ্ৰয়াত হেম দত্তৰ মৃত্যুত শোকপ্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।

পৰবৰ্তী সময়ত স্বাভাৱিক জীৱনশৈলী উভতি অহাৰ লগে লগে নাট্যম, বোকাখাতৰ উদ্যোগত নাটকৰ মঞ্চসজ্জাত বাঁহ-বেতৰ অসমৰ থলুৱা শিল্পৰাজিৰ ব্যৱহাৰৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ এখন কাৰিকৰী কৰ্মশালাৰ লগতে নাটকৰ কৰ্মশালা আৰু সামৰণিত নাট্যম, বোকাখাতৰ উদ্যোগত এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ অনুষ্ঠানত উপস্থিত সকলো নাট্যমৰ বিষয়ববীয়া আৰু সদস্যলৈ শলাগ জ্ঞাপন কৰে মৃত্যুঞ্জয় শইকীয়াই।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx