![]()
নিউজ ডেক্স:
অন্ধ্ৰ প্ৰদেশৰ কোভিড কেয়াৰ চেন্টাৰত অগ্নিকাণ্ড।শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত এখন হোটেলত স্থাপন কৰা হৈছিল কোভিড কেয়াৰ চেন্টাৰ।নিশা হোটেলখনত ভয়ংকৰ বিস্ফোৰণ ঘটে।

৩০ৰো অধিক ৰোগী ভৰ্তি হৈ আছিল চেন্টাৰটোত।বিস্ফোৰণত চেন্টাৰটোত থকা ৭গৰাকী ক’ৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।বৰ্তমানলৈ ২২গৰাকী ৰোগীক উদ্ধাৰ কৰা হৈছে।মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।













