ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

উত্তৰ- পূৱ ভাৰত আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ প্ৰশংসনীয় পদক্ষেপ:

* লাহৰিজান অগ্নিকাণ্ডত আক্ৰান্ত ছাত্ৰ- ছাত্ৰীৰ মাজত নগধ ধন বিতৰণ*

ASSAM TIMES POST by ASSAM TIMES POST
August 9, 2020
Reading Time: 1 min read
A A
0
উত্তৰ- পূৱ ভাৰত আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ প্ৰশংসনীয় পদক্ষেপ:

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু: যোৱা মাহত কাৰবি আংলং – নাগালেণ্ড সীমান্তৰ লাহৰিজান দুদুকলনিত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাৰ পিছত উত্তৰ- পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ নাগালেণ্ড ৰাজ্যিক সমিতিৰ উদ্যোগত ও কাৰবি আংলং জিলা সমিতিৰ সহযোগত আজি লাহৰিজানত অগ্নিকাণ্ডত আক্ৰান্ত ছাত্ৰ- ছাত্ৰীৰ মাজত সাহায্য হিছাপে নগদ ধন বিতৰণ কৰা হয় ৷

উল্লেখ্যযে, উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ শতাধিক ঘৰ জ্বলি ভষ্মীভূত হোৱাৰ লগত এটি ফুল কুমলীয়া শিশুৰ জীৱন নাশ হৈছিল ৷ ইয়াৰোপৰি অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাইছিল আক্ৰান্ত সকলে ৷ আনহাতে আক্ৰান্ত সকলৰ স্কুলীয়া ছাত্ৰ- ছাত্ৰী সকলৰ জীৱনলৈ নামি আহিছিল ঘোৰ অন্ধকাৰ ৷

ইতিমধ্যে বহু ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন সমূহে আক্ৰান্ত সকলৈ বিভিন্ন ধৰণে সাহায্য আগবঢ়াইছে ৷ সেই একে উদ্দেশ্য আগত ৰাখি ও আক্ৰান্ত সকললৈ মানৱীয় দৃষ্টি ভংগীৰে আৰু সহানুভূতি দেখুৱাইছে উত্তৰ – পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰে ৷

আজি নদওৱাতুত তামিৰৰ উদ্যোগত আক্ৰান্ত সকলো ধৰ্মালম্বী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কিতাপ- পত্ৰ, ইউনিফৰ্ম, ব্যক্তিগত খণ্ডৰ বিদ্যালয় ছাত্ৰ- ছাত্ৰীৰ মাহেকীয়া মাছুল ইত্যাদিৰ বাবে ক্ৰমে, ৫ হাজাৰ, ৪ হাজাৰ, ৩ হাজাৰ আৰু ২ হাজাৰ টকাকৈ প্ৰায় ২ লাখ টকাৰ নগদ ধন বিতৰণ কৰে বুলি উত্তৰ- পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ ও নদওৱাতুত তামিৰৰ নাগালেণ্ড ৰাজ্যিক সমিতিৰ প্ৰচাৰ সম্পাদক মওলানা মঃ ইব্ৰাহিমে জানিবলৈ দিছে ৷

আজিৰ উক্ত কাৰ্যসূচীত নদওৱাতুত তামিৰৰ কাৰবি আংলং জিলাৰ কৰ্মী বৃন্দ জোনাব ছুফিয়ান, আব্দুল ছালাম, এনামুদ্দিন, বিশিষ্ঠ সমাজ সেৱক আব্দুল মন্নান, দুদু কলনি টিলা বস্তিৰ ইমাম মওলানা ছফিকুল ইছলাম প্ৰমূখ্য কৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷

লাহৰিজানত অগ্নিকাণ্ডত আক্ৰান্ত সকলৰ প্ৰতি প্ৰদৰ্শন কৰা সহানুভূতি আৰু অতি তৎপৰতাৰে সাহায্য প্ৰদান কৰাৰ বাবে লগতে যি সকল দল- সংগঠন বা ৰাইজে অগ্নিকাণ্ডত আক্ৰান্ত সকললৈ সহায়ৰ হাত আগবঢ়াইছে তেওঁলোকৰ সকলোকে উত্তৰ- পূৱ ভাৰতৰ আমিৰে শ্বৰিয়াহ মওলানা মঃ ইউছুফ আলী আৰু সাধাৰণ সম্পাদক আতাউৰ ৰহমান মাঝাৰ ভূঁঞাই উচ্চ প্ৰশংসা কৰাৰ লগতে ভূয়সী ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx