ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাজানত আছাৰ বিশ্ব আদিবাসী দিৱস পালনঃ

জনজাতিৰ মৰ্যদা, মজুৰি বৃদ্ধি, ভূমি পট্টা প্ৰদান, উপগ্ৰহীয় পৰিষদ স্থাপনৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নঃ

ASSAM TIMES POST by ASSAM TIMES POST
August 9, 2020
Reading Time: 1 min read
A A
0
বোকাজানত আছাৰ বিশ্ব আদিবাসী দিৱস পালনঃ

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : বোকাজানত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ২৫ সংখ্যক বিশ্ব আদিবাসী দিৱস পালন কৰা হয়। উল্লেখ্য যে বিশ্ব আদিবাসী দিৱসৰ লগত সংলগ্ন ৰাখি আছাৰ কাৰ্বি আংলং জিলা সমিতি, আদিবাসী ৱেলফেয়াৰ ট্ৰাষ্ট, কাৰ্বি আংলং আদিবাসী কৰ্মচাৰী পৰিষদ আৰু আদিবাসী ৰাইজৰ সহযোগত জনগোষ্ঠীটোৰ কেইবাটাও দাবীৰ সমৰ্থনত বোকাজানত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰা হয়।

আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, চাহ মজদুৰৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, অসমৰ চাহ বাগান তথা গাঁও সমূহত বসবাস কৰা আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰা আৰু আদিবাসীসকলৰ বাবে অসমত উপগ্ৰহীয় পৰিষদ স্থাপন কৰা আদি বিভিন্ন দাবীৰে বোকাজান মহকুমাৰ অমৰাজানস্থিত আছাৰ কাৰ্বি আংলং জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ন কৰা আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক যুৱক-যুৱতী, পুৰুষ-মহিলাই হাতে হাতে ন’ এছটি ন’ ভোট, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক, ভূমি পট্টা প্ৰদান কৰক, আছা জিন্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি গ’ বেক আদি বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড হাতে হাতে লৈ শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে ২০১৬ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত শাসকীয় দলটোৱে আদিবাসীসকলৰ জন্মগত প্ৰাপ্য অধিকাৰ জনজাতীয় মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও চৰকাৰখনৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতো আদিবাসীসকলৰ এই প্ৰতিশ্ৰুতি পূৰণ কৰা নহ’ল বুলি আজিৰ প্ৰতিবাদস্থলীত উপস্থিত সংগঠনসমূহৰ নেতৃত্বই শাসকীয় দলটোক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ বিৰুদ্ধে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx