ASSAM TIMES POST
নতুন দিল্লীঃ ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শুকুৰবাৰে ঘোষণা কৰা হয়। চলচ্চিত্ৰ নিৰ্মাতা ৰাহুল ৰাৱাইলে বিভিন্ন শিতানত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। প্ৰত্যাশিতভাৱেই ইয়াত অসম কন্যা ৰীমা দাসৰ বুলবুল কেন চিঙে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰে। সমগ্ৰ তালিকাখন তলত উল্লেখ কৰা হ’লঃ
(শ্ৰেষ্ঠ) অসমীয়া (চলচ্চিত্ৰঃ বুলবুল কেন চিং
পানচঙ্গাঃ ইন দ্য লেণ্ড অৱ পইজনাছ ৱমেন
গাৰোঃ আন্না
মাৰাঠীঃ ভোঙ্গা
তামিলঃ বাৰাম
হিন্দীঃ আন্ধাধুন
উৰ্দুঃ হামিদ
বাংলাঃ এক জে ছিল’ ৰাজা
মালায়ালমঃ সুন্দানী ফ্ৰম নাইজেৰিয়া
তেলেগুঃ মহানাতি
কানাড়াঃ নাঠিচাৰামি
কংকাণীঃ আমৰি
অসমীয়াঃ বুলবুল কেন চিং
পাঞ্জাৱীঃ হৰজিতা
গুজৰাটীঃ ৰেবা
ৰাজস্থানীঃ টাৰ্টল
পাৰিবাৰিক মূল্যবোধৰ ওপৰত (শ্ৰেষ্ঠ) (চলচ্চিত্ৰ): চল’ জিতে হে
চুটি ফিক্সনঃ কেশৱ
সামাজিক ন্যায়ঃ হুৱাই মি, একান্ত
সমাজ বিষয়কঃ পেডমেন
অনুসন্ধানমূলকঃ আমলি
ক্ৰীড়াঃ চুইমিং থ্ৰ’ দ্য ডাৰ্কনেছ
শিক্ষামূলকঃ সৰলাভ বিৰলা
সামাজিক ন্যায়ঃ টলাটে কুঞ্জী
পৰিবেশমূলকঃ দ্য ৱৰ্ল্ডচ ম’ষ্ট ফেমাচ টাইগাৰ
প্ৰচাৰমূলকঃ ৰিডিস্ক’ভাৰিং জহন্নাম
বিজ্ঞান আৰু প্ৰযুক্তিঃ জিডি নাইডুঃ দ্য এডিচন অৱ ইণ্ডিয়া
কলা আৰু সংস্কৃতিঃ মুনকাৰ
এজন পৰিচালকৰ প্ৰথমঃ ফেলুডা
শ্ৰেষ্ঠঃ চানৰাইজ, দ্য চিক্ৰেট লাইফ অৱ ফ্ৰগছ
(শ্ৰেষ্ঠ) কৰিঅ’গ্ৰাফীঃ ক্ৰুতি মহেশ মিদ্যা আৰু জ্যোথি ডি টোম্মাৰ (চলচ্চিত্ৰঃ ঘুমাৰ আৰু পদ্মাৱত)
সংগীত পৰিচালনাঃ পদ্মাৱত
স্পিচিয়েল এফেক্টঃ এৱে, কেজিএফ
সংগীত পৰিচালকঃ সঞ্জয় লীলা ভাঞ্চালী (চলচ্চিত্ৰঃ পদ্মাৱত)
আৱহ সংগীত বঁটাঃ উৰি আৰু দ্য চাৰ্জিকেল ষ্ট্ৰাইক
মেকআপ আৰ্টিষ্টঃ ৰঞ্জিত (চলচ্চিত্ৰঃ এৱে)
কষ্টিউম ডিজাইনাৰঃ ৰাজশ্ৰী পাটনায়ক, বৰুণ শ্বাহ আৰু অৰ্চনা ৰাও (চলচ্চিত্ৰঃ মহানাতি)
এক্সনঃ কেজিএফ আৰু চেপ্টাৰ ১
লিৰিক্সঃ নাঠিচাৰামি
প্ৰডাকচন ডিজাইনঃ কাম্মাৰা সম্ভৱম
সম্পাদনাঃ নাঠিচাৰামি
লোকেচন চাউণ্ডঃ টেণ্ডল্যা
চাউণ্ড ডিজাইনঃ উৰি
মিক্সড ট্ৰেকঃ ৰঙ্গাচথালাম
অৰিজিনেল স্ক্ৰীণপ্লেঃ চি লা চ’
এডাপটেড স্ক্ৰীণপ্লেঃ আন্ধাধুন
সংলাপঃ টাৰিখ
চিত্ৰগ্ৰহণঃ এমজে ৰাধাকৃষ্ণণ (চলচ্চিত্ৰঃ অলু)
নেপথ্য গায়িকাঃ বিন্দু মণি (চলচ্চিত্ৰঃ নাঠিচাৰামি, গীতঃ মায়াবী মানৱ)
নেপথ্য গায়কঃ অৰিজিত সিং (চলচ্চিত্ৰঃ পদ্মাৱত, গীতঃ বিনটে ডিল)
সহযোগী অভিনেত্ৰীঃ সুৰেখা চিক্ৰী (চলচ্চিত্ৰঃ বাধাই হ’)
সহযোগী অভিনেতাঃ স্বানন্দ কিৰকিৰে (চলচ্চিত্ৰঃ চুম্বক)
অভিনেত্ৰী কিৰ্থী সুৰেশ (চলচ্চিত্ৰঃ মহানাতি)
অভিনেতাঃ আয়ুষ্মান খুৰাণা (চলচ্চিত্ৰঃ আন্ধাধুন) আৰু ভিকি কৌশল (চলচ্চিত্ৰঃ উৰি)
পৰিচালকঃ আদিত্য ধৰ (চলচ্চিত্ৰঃ উৰি)
ফিচাৰঃ হেল্লাৰ’ (গুজৰাটী)
শ্ৰেষ্ঠ চলচ্চিত্ৰঃ ইল্লাৰু (গুজৰাটী)
ৰাষ্ট্ৰীয় অখণ্ডতাৰ কাৰণে নাৰ্গিছ ডাট্ট বঁটাঃ অ’নডাল্লা ইৰাডাল্লা
শ্ৰেষ্ঠ ফিল্ম-ফ্ৰেণ্ডলী ৰাজ্যঃ উত্তৰাখণ্ড













