ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মৃত্যুৰ তালিকাত তৃতীয় স্থানত ভাৰত ! ২৪ ঘণ্টাত সর্বোচ্চ ক’ৰোনা আক্রান্ত

ASSAM TIMES POST by ASSAM TIMES POST
August 30, 2020
Reading Time: 1 min read
A A
0
images 35 | ASSAM TIMES POST

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

দেশত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যাই ৩৫ লাখর সীমা অতিক্রম কৰিলে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৭৮ হাজাৰৰো অধিক লোক নোভেল ক’ৰোনাত আক্রান্ত হৈছে। এনেদৰে চলি থাকিলে ছেপ্টেম্বৰৰ আৰম্ভণিতেই বিশ্ব তালিকাত ভাৰতে ব্রাজিলক চেৰ পেলাই যাব বুলি বহুতেই অনুমান কৰিছে। একে সময়তে মৃত্যুৰ হিচাপতো আজি মেক্সিকোক অতিক্ৰম কৰি তৃতীয় স্থানলৈ আহে ভাৰত।
দেওবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্ৰকাশ কৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ নোভেল কৰোনাত আক্রান্ত হৈছেন ৭৮ হাজাৰ ৭৬১ জন, দৈনিক সংক্রমণ বৃদ্ধিৰ হিচাপত যিটো এই পর্যন্ত সর্বাধিক। সকলো মিলি দেশত বৰ্তমান মুঠ কৰোনা আক্রান্তৰ সংখ্যা হৈছে ৩৫ লাখ ৪২ হাজাৰ ৭৩৩।

ইফালে এই সময়ছোৱাত আমেৰিকা-ব্রাজিলৰ দৰে দেশত দৈনিক সংক্রমণ ৫০ হাজাৰৰ তলত বান্ধি ৰাখিব পাৰিছে। যোৱা ২৪ ঘণ্টাত আমেৰিকাত নতুনকৈ কোভিডত সংক্রমিত হৈছে ৪৬ হাজাৰ ৭৩৯ জন আৰু ব্রাজিলত ৪১ হাজাৰ ৩৫০ জন৷ মুঠ আক্রান্তৰ হিচাপত এই মুহূর্তত বিশ্ব তালিকাত শীর্ষত আছে আমেৰিকা। দেশখনত এই পর্যন্ত ৫৯ লাখ ৬০ হাজাৰ ৬৫২ জন কৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ব্রাজিলত আক্রান্তৰ সংখ্যা ৩৮ লাখ ৪৬ হাজাৰ ১৫৩। তাৰ পিছতেই আছে ভাৰত।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৯৪৮ জন ক’ৰোনা ৰোগীয়ে প্রাণ হেৰুৱাইছে। সকলোমিলি দেশত এতিয়ালৈ ৬৩ হাজাৰ ৪৯৮ জন কৰোনা ৰোগীৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যাত আজি মেক্সিকোক চেৰ পেলাই বিশ্ব তালিকাত তৃতীয় স্থানলৈ আহে ভাৰত। তালিকাৰ শীর্ষত আছে আমেৰিকা। ক’ৰোনাৰ প্রকোপত এতিয়ালৈ আমেৰিকাত মৃত্যু হৈছে ১ লক্ষ ৮২ হাজাৰ ৭৬০ জন৷ দ্বিতীয় স্থানত থকা ব্রাজিল মৃত্যু হৈছে ১ লক্ষ ২০ হাজাৰ ২৬২ জন ক’ৰোনা ৰোগী। চতুর্থ স্থানত থকা মেক্সিকোত মুঠ মৃত্যু সংখ্যা ৬৩ হাজাৰ ৮১৯। অৱশ্যে আমেৰিকা আৰু ব্রাজিলৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ বহু কম। এই মুহূর্তত দেশত মৃত্যুৰ হাৰ ১.৭৯ শতাংশ।

আক্রান্তৰ সংখ্যা বাঢ়িলেও, সুস্থতাৰ হাৰ যথেষ্ট সন্তোষজনক। যোৱা ২৪ ঘণ্টাত দেশত ৬৪ হাজাৰ ৯৩৫ জন ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে। সকলো মিলাই এতিয়ালৈ ২৭ লক্ষ ১৩ হাজাৰ ৯৩৩ জন কৰোনা ৰোগী সুস্থ হৈছে ভাৰতত। অর্থাৎ দেশত নোভেল ক’ৰোনাত আক্রান্ত হোৱাৰ ভতৰত ৭৬ শতাংশই সুস্থ হৈ উঠিব পাৰিছে। দেওবাৰৰ পুৱা পর্যন্ত দেশত মুঠ সক্রিয় ক’ৰোনা ৰোগীৰ সংখ্যা ৭ লক্ষ ৬৫ হাজাৰ ৩০২।

ইফালে যোৱা ২৪ ঘণ্টাত দেশত সংক্রমণ হাৰ ৭.৪৭ শতাংশ। এই সময়ছোৱাত দেশত ১০ লক্ষ ৫৫ হাজাৰ ২৭ জনৰ কৰোনা পৰীক্ষা হৈছে, যিটো এতিয়ালৈকে সর্বোচ্চ। সংক্রমণৰ হিচাপত শীর্ষত থকা মহাৰাষ্ট্রত এই পর্যন্ত ৭ লাখ ৬৪ হাজাৰ ২৮১ জন কোভিডত আক্রান্ত হৈছে। ইয়াৰ ৫ লাখ ৫৪ হাজাৰ ৭১১ জন সুস্থও হৈছে। আনহাতে, নোভেল ক’ৰোনাৰ প্রকোপত এই পর্যন্ত ৰাজ্যখনত ২৪ হাজাৰ ১০৩ জনে প্রাণ হেৰুৱাইছে।

তালিকাৰ দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ আক্রান্তৰ সংখ্যা ৪ লাখ ১৫ হাজাৰ ৫৯০ৰ ভিতৰত ৩ লাখ ৫৫ হাজাৰ ৭২৭ জন সুস্থ হৈছে। মৃত্যু হৈছে ৭ হাজাৰ ১৩৭ জন ৰোগীৰ। তৃতীয় স্থানত থকা অন্ধ্রপ্রদেশত ৪ লা ১৪ হাজাৰ ১৬৪ জন ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩ লাখ ১২ হাজাৰ ৬৮৭ জন। কিন্তু মৃত্যুৰ হিচাপত অন্ধ্রতকৈ আগত কর্নাটক। অন্ধ্রত ৩ হাজাৰ ৭৯৬ জনৰ মৃত্যু হোৱাৰ বিপৰীতে কর্নাটকত মৃত্যু হৈছে ৫ হাজাৰ ৪৮৩ জন। কর্নাটকত মুঠ আক্রান্ত ৩ লক্ষ ২৭ হাজাৰ ৭৬, সুস্থ হৈছে ২ লক্ষ ৩৫ হাজাৰ ১২৮ জন ক’ৰোনা ৰোগী।

Tags: Featured2
Share4Tweet3Send

Related Posts

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

by News Desk
June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

by News Desk
June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

by News Desk
June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

by News Desk
June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

by Staff Reporter
June 4, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx