ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মধ্যবিত্তৰ বাবে আনন্দৰ খবৰ : ৰেকর্ড হাৰত কমিল সোণৰ দাম

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2020
Reading Time: 1min read
0
মধ্যবিত্তৰ বাবে আনন্দৰ খবৰ : ৰেকর্ড হাৰত কমিল সোণৰ দাম

RELATED POSTS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্ক:

নতুন মাহৰ আৰম্ভণিতেই সোণৰ বজাৰৰ ভাল খবৰ। ৰেকর্ড হাৰত কমিল সোণৰ দাম। যোৱা মাহৰ মাজভাগত সোণৰ দাম গগনচুম্বী হ’লেও, শেষৰ ফালে বহুখিনি কমিছিল। সেই ধাৰা অব্যাহত ৰাখি পুনৰ নতুন মাহৰ আৰম্ভণিতে ব্যাপক হাৰত কমিল সোণৰ দাম।

লকডাউনৰ ভিতৰতে কেইবাবাৰো মূল্যৰ উঠা-নমা কৰা প্ৰত্যক্ষ হ’লেও, এবাৰ সোণৰ দাম প্রায় ৫৬ হাজাৰ চুবলৈ আগবাঢ়িছিল। কিন্তু অৱশেষত যেন সকাহ লাভ কৰে মধ্যবিত্তই। আজি সন্ধিয়া সোণৰ দাম যথেষ্ট হ্ৰাস পায়।

কলকাতাত আজি সোণৰ দাম, ২২ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫০১০ টকা, ১০ গ্ৰামত ৫০,১০০ টকা। দিল্লীত ৫০ হাজাৰ। কেৰালাত ৫০ হাজাৰৰো বহু তললৈ নামিছে আজি সোণৰ দাম। ইয়াৰ পিছতেই মহীশূৰ, মাঙ্গালোৰ আৰু বাঙ্গালুৰুত ১ গ্রাম সোণৰ আজিৰ দাম ৪৮২৫ টাকা আৰু ১০ গ্রামৰ দাম ৪৮২৫০ টাকা।

২৪ কেৰেট সোণৰ দাম

কলকাতাৰ তুলনাত দিল্লী দিল্লী, জয়পুৰ আৰু লখনৌত বেছি। এইবোৰ স্থানত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫৪৬০ টকা। কলকাতাত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫২৮৩ টকা আৰু ১০ গ্রামৰ দাম ৫২৮৩০ টকা।

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: featured3
Share4Tweet3Send
ASSAM TIMES POST

ASSAM TIMES POST

ASSAM TIMES POST

Related Posts

ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ
ALL NEWS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

by Staff Reporter
February 25, 2021
51
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই
ALL NEWS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

by Staff Reporter
February 25, 2021
52
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ
ALL NEWS

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

by Staff Reporter
February 25, 2021
52
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে
ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

by Staff Reporter
February 25, 2021
51
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-
ALL NEWS

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

by Staff Reporter
February 25, 2021
51
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-
ALL NEWS

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

by Staff Reporter
February 25, 2021
52
covid-19 widget
521168
Total views : 2009722
Who's Online : 12
ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

February 25, 2021
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

February 25, 2021
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

February 25, 2021

Categories

ALL NEWS (10755) Assam (7587) BREAKING NEWS (3538) Business (14) Economy (29) Editorial (7) EDUCATION-TECHNOLOGY (23) Entertainment (330) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (14) Features (23) Guwahati (1393) Health & Fitness (259) Jobs & Career (4) KARBI ANGLONG (1192) Lifestyle (19) literature (16) National-International (1955) NORTH-EAST (352) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (159) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: